• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াৰ বেংকৰ ওপৰত নিষেধাজ্ঞা ব্ৰিটেইনৰ, গেছ পাইপলাইনৰ অনুমোদন বন্ধ কৰিলে জাৰ্মানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 8:33 pm
Russia-Ukraine Crisis
221
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেনৰ বিবাদে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰাৰ সময়তে প্ৰায় পাঁচটা ৰাছিয়ান বেংক আৰু তিনিজন বিলিয়নাৰৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰিছে ব্ৰিটেইনে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি ব্ৰিটিছ সংসদত ৰাছিয়াৰ বিৰুদ্ধে এইয়া প্ৰথম পদক্ষেপ হিচাপে ঘোষণা কৰিছে।

নিষেধাজ্ঞাৰ সন্মুখীন হোৱা বেংক তথা ব্যক্তিকেইজনৰ ব্ৰিটেইনত থকা যিকোনো সম্পত্তি বাজেয়াপ্ত কৰা হ’ব আৰু সংশ্লিষ্ট ব্যক্তিকেইজনক ব্ৰিটেইন ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী জনছনে কয়।

নিষেধাজ্ঞা আৰোপ কৰা বেংককেইটা হৈছে ৰছিয়া, আইএছ বেংক, জেনেৰেল বেংক, প্ৰমচভায়াজবেংক আৰু ব্লেক চি বেংক।

ৰাছিয়াই ইউক্ৰেইনত সম্পূৰ্ণ আক্ৰমণৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে সকলোৱে পুটিনৰ পৰিকল্পনাৰ পৰৱৰ্তী পদক্ষেপৰ বাবে প্ৰস্তুত হ’ব লাগিব।

ইফালে, জাৰ্মানীয়ে আজি নৰ্ড ষ্ট্ৰীম ২ গেছ পাইপলাইনৰ অনুমোদন বন্ধ কৰি দিছে।

“আজিৰ পৰিস্থিতি সলনি হৈছে। সেয়েহে শেহতীয়া ঘটনাৱলীৰ প্ৰতি লক্ষ্য ৰাখি আমি এই পৰিস্থিতিৰ পুনৰ মূল্যাঙ্কন কৰিব লাগিব।” জাৰ্মানীৰ চাঞ্চেলৰ ওলাফ শ্চোলজে কয়।

উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেনৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰশক্তিৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে আৰু মঙলবাৰে ৰাছিয়াৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ঘোষণা কৰিব।

ইউক্ৰেইনৰ দুটা বিচ্ছিন্নতাবাদী অঞ্চল – ডনেটস্ক আৰু লুগানস্কৰ স্বাধীনতাক ৰাছিয়াই স্বীকৃতি দিয়া বুলি ঘোষণা কৰাৰ পিছতে ৰাছিয়াৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মঙলবাৰে পুৱতি নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে শান্তি ৰক্ষা অভিযানৰ বাবে ৰাছিয়াৰ সৈন্য বাহিনীক এই অঞ্চলসমূহত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিছিল।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd