• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিবাদ! যোগী আদিত্যনাথৰ নিৰ্বাচনী সভাৰ কাষত গৰুৰ পাল মুকলি কৃষকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2022 8:16 am
stray cattle
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে উত্তৰ প্ৰদেশত কৃষকে গ্ৰহণ কৰিছে প্ৰতিবাদৰ এক অভিনৱ পন্থা। মঙলবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন নিৰ্বাচনী সভাৰ ওচৰত শ শ গৰু মুকলি কৰি দিয়ে কৃষকে।

লক্ষ্ণৌৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত থকা বাৰাবাঁকীৰ কৃষকসকলে তেওঁলোকৰ এলেকাত সন্মুখীন হোৱা উদঙীয়া গৰুৰ সমস্যাৰ ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পন্থা হাতত লয়।

Apply Now

কৃষক নেতা ৰমনদীপ সিং মানে টুইট কৰা এটা ভিডিঅ’ত কৃষক সকলে এনেদৰে নিৰ্বাচনী সভাৰ কাষত শ শ গৰুক মুকলি কৰি দিয়া দেখিবলৈ পোৱা গৈছে।

“বাৰাবাঁকীত যোগী আদিত্যনাথৰ অনুষ্ঠানৰ পূৰ্বে কৃষকসকলে পথাৰৰ পৰা শ শ গৰু আনি ৰেলীৰ স্থানৰ ওচৰত এৰি গৈছিল। কৃষকসকলে এই উদঙীয়া গৰুবোৰ চম্ভালিবলৈ কোনো উপায় বিচাৰি পোৱা নাই।” মানে টুইটত উল্লেখ কৰে।

“পাঁচ বছৰ ধৰি উত্তৰ প্ৰদেশ চৰকাৰেও কোনো সমাধান কৰিব নোৱাৰিলে। অনুষ্ঠানটোৰ পূৰ্বে বিজেপিয়ে কি সমাধান আনিছে, কৃষকসকলে লক্ষ্য কৰিব বিচাৰে।” টুইটত তেওঁ কয়।

সমগ্ৰ উত্তৰ প্ৰদেশত উদঙীয়া গৰুৰ সমস্যাই কৃষকসকলৰ শস্য ক্ষতিগ্ৰস্ত কৰাৰ লগতে নিদ্ৰাহীন ৰাতি কটাবলৈ বাধ্য কৰিছে।

 

बाराबंकी में छुट्टा जानवरों का वीडियो सोमवार को सपा MLC राजेश यादव ने शेयर किया था जो काफी वायरल हुआ। हरकत में आये प्रशासन ने सभास्थल से सभी पशुओं को हटवा दिया

बीजेपी नेताओं ने इसे सपा की साजिश बताया है। बाराबंकी पुलिस का कहना है कि मंगलवार को इस प्रकार की कोई घटना नहीं हुई https://t.co/a2qmMVJXBH

— Ramandeep Singh Mann (@ramanmann1974) February 23, 2022

ৰাজ্যখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গো-বধ নিষেধ কৰিছিল। হিন্দুসকলৰ পবিত্ৰ পূজনীয় পশুবিধক হত্যা কৰাটো যোগী চৰকাৰে মানি নলয়।

সাধাৰণতে কোনো কামত নহা গৰুবোৰক গোপালকসকলে কচাইৰ দোকানলৈ পঠাই দিয়াটোৱে পৰম্পৰাগত প্ৰণালী আছিল। ইয়াৰ ফলত আয়ো হৈছিল।

গোপালকসকলৰ লাভ হোৱাৰ উপৰিও দলিত মুছলিমসকলৰো এটা জীৱিকা আছিল। সেয়া হৈছে- কচাইৰ বৃত্তি। কিন্তু যোগী চৰকাৰৰ দিনত এইবোৰ সকলো বন্ধ কৰা হ’ল।

ইয়াৰ ফলত দৰিদ্ৰ গোপালকসকলে কোনো কামত নহা এই গৰুবোৰ এৰি দিব লগা হৈছে। শেষত এতিয়া উত্তৰপ্ৰদেশৰ খেতিপথাৰ-ৰাস্থাই ঘাটে জাকে জাকে উদঙীয়া গৰুৰ উপদ্ৰৱ! আনকি এই গৰুবোৰে মানুহকো আক্ৰমণ কৰিব ধৰিছে।

এই উদঙীয়া গৰুৰ সমস্যা এইবাৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ইচ্ছ্যু হৈ পৰিছে। সমাজবাদী পাৰ্টিয়ে বেছ কিছু দিনৰ পৰা এই বিষয়ত চৰ্চা চলাই আহিছে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়েও শেহতীয়াকৈ এখন নিৰ্বাচনী সভাত এই সমস্যা সমাধানৰ আশ্বাস দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd