• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্দান্ত প্ৰদৰ্শন টীম ইণ্ডিয়াৰ: দ্বিতীয়খন টী-২০তো পৰাজিত শ্ৰীলংকা; ভাৰতে হস্তগত কৰিলে ছিৰিজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2022 8:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ধৰমশালাত অনুষ্ঠিত টী-২০ ছিৰিজৰ দ্বিতীয়খন মেচত ভাৰতে শ্ৰীলংকাক ৭উইকেটত পৰাজিত কৰে। দলৰ অভিজ্ঞ বেটাৰক আৰম্ভণিতেই হেৰুৱাইয়ো ভাৰতে মেচখনত বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। এই জয়ৰ সূত্ৰে ভাৰতে টী-২০ ছিৰিজটো হস্তগত কৰে। 

শ্ৰীলংকাৰ বিৰুদ্ধে ১৮৪ৰাণৰ বৃহৎ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইনিংছৰ প্ৰথমটো অভাৰতে অধিনায়ক ৰোহিত শৰ্মা দুটা বলত ১ ৰাণ কৰি দুষ্মন্ত চামিৰাৰ বলত আউট হয় যদিও শ্ৰেয়াস আয়াৰ, ৰবীন্দ্ৰ জাডেজা আৰু সঞ্জু ছেমছনে ভাৰতক বিজয় আনি দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে।

মেচখনত প্ৰথমতে বেটিং কৰি শ্ৰীলংকাই দাছুন চানাকাৰ ১৯টা বলত ৪৭ৰাণ আৰু অপেনাৰ পাথুম নিশংকাৰ ৫৩টা বলত ৭৫ৰাণৰ আক্ৰমণাত্মক ইনিংছৰ সহায়ত নিৰ্দ্ধাৰিত ২০ অভাৰত ১৮৩ ৰাণৰ শক্তিশালী ভেটি গঢ়ে।

Apply Now

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ লোকক উদ্ধাৰ অভিযানৰ অংশ হিচাপে গুৱাহাটীতো মুকলি হেল্পলাইন নম্বৰ

প্ৰত্যুত্তৰত ভাৰতে বেটিং কৰিবলৈ নামি অধিনায়ক ৰোহিত শৰ্মাৰ লগতে আনগৰাকী অপেনাৰ ঈষাণ কিষানকো (১৫টা বলত ১৬ৰাণ) হেৰুৱাই প্ৰথমতে কিছু চাপত পৰে।

এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ ইনিংছৰ গুৰিবঠা ধৰে মধ্যক্ৰমত বেটিং কৰিবলৈ অহা নিৰ্ভৰযোগ্য বেটাৰ শ্ৰেয়াস আয়াৰে। প্ৰথমতে তেওঁ সঞ্জু ছেমছনৰ সৈতে তৃতীয় উইকেটৰ যুটীত ৮৪ৰাণ যোগ দিয়ে। তাৰ পিছত জাডেজাৰ সৈতে মিলি চতুৰ্থ উইকেটত ২৫টা বলত ৫৮ৰাণ সংগ্ৰহ কৰে।

শ্ৰেয়াসে ৪৪টা বলত ৭৪ৰাণ কৰি অপৰাজিত হৈ থাকে। ৰবীন্দ্ৰ জাডেজাই ১৮টা বলত ৪৫ৰাণৰ বিস্ফোৰক ইনিংছ খেলে। সেইদৰে সঞ্জু ছেমছনেও ২৫টা বল খেলি ৩৯ৰাণৰ এটা উপযোগী ইনিংছ উপহাৰ দিয়ে।

মেচখনত ভাৰতে ১৭টা বল খেলিবলৈ বাকী থকা অৱস্থাতে বিজয় সাৱ্যস্ত কৰে।

উল্লেখ্য যে প্ৰথম অভাৰতে উইকেট হেৰুওৱাৰ পিছত ইমান বৃহৎ ৰাণ অনুসৰণ কৰি মেচ জয়ৰ অভিলেখ ইয়াৰ পূৰ্বে ভাৰতৰ নাই।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd