• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীলংকাক তিনিওখন মেচতে হৰুৱাই টী-২০ শৃংখলা দখল কৰিলে ভাৰতে; শৃংখলাৰ শ্ৰেষ্ঠ শ্ৰেয়াস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2022 7:46 am
FMnsviaUYAERUls
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্ট ইণ্ডিজৰ পিছত এইবাৰ শ্ৰীলংকাৰ বিৰুদ্ধেও টী-২০ শৃংখলা দখল কৰিলে ভাৰতে। তিনিখন মেচৰ শৃংখলাটো টীম ইণ্ডিয়াই ৩-০ ব্যৱধানত হস্তগত কৰে। তিনিওখন মেচতে অৰ্দ্ধশতক কৰি শৃংখলাৰ শ্ৰেষ্ঠ বিবেচিত হয় শ্ৰেয়াস আয়াৰ।

দেওবাৰে ধৰমশালাত টছত জিকি প্ৰথমতে বেটিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাৰ অধিনায়ক সনকাই। আৰম্ভণিতেই আবেশ খান, ছিৰাজ বাহিনীৰ বিধ্বংসী বলিঙত তিষ্ঠিবই নোৱাৰিলে শ্ৰীলংকাৰ শীৰ্ষ ক্ৰমৰ বেটাৰসকল।

মাত্ৰ ২৯ৰাণতে চাৰিটা উইকেট হেৰুৱাই ভ্ৰমণকাৰী শ্ৰীলংকাই। আবেশ খানে দুটা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ছিৰাজ, হৰ্ষল পেটেল আৰু ৰবি বিষ্ণই।

Apply Now

লগতে পঢ়ক: পাৰমাণৱিক আক্ৰমণৰ ভাবুকি: অৱশেষত ৰাছিয়াৰে আলোচনাৰ বাবে সন্মত হ’ল ইউক্ৰেইন

শ্ৰীলংকাৰ হৈ ছয় নম্বৰত বেটিং কৰিবলৈ নামি অধিনায়ক সনকাই দলৰ ৰাণ সংখ্যা সন্মানজনক স্থিতিলৈ লৈ যায়। তেওঁ ৩৮টা বলত ৭৪ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে। শ্ৰীলংকাই ৫টা উইকেট হেৰুৱাই মুঠ ১৪৬ৰাণ কৰে।

টী-২০ শৃংখলাটোৰ প্ৰথমখন মেচত অপৰাজিত ৫৭ৰাণ আৰু দ্বিতীয়খনত অপৰাজিত ৭৪ৰাণ কৰা শ্ৰেয়াস আয়াৰে দেওবাৰে তৃতীয়খন মেচতো অপৰাজিত ৭৩ৰাণৰ এক দমনীয় ইনিংছ  খেলি ভাৰতক ভাৰতক বিজয় আনি দিয়ে।

দেওবাৰে অধিনায়ক ৰোহিত শৰ্মা আৰু সঞ্জু ছেমছনে অপেনিং কৰিবলৈ নামি বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। ৰোহিতে ৫ৰাণ আৰ ছেমছনে ১৮ৰাণ কৰি পেভলিয়নমুখী হয়।

FMnZxvGVcAQnXpt
শৃংখলাৰ শ্রেষ্ঠ শ্ৰেয়াস আয়াৰ।

কিন্তু শ্ৰেয়াস আয়াৰৰ বেটিং ধুমুহাত তচনচ হৈ পৰে শ্ৰীলংকাৰ বলিং আক্ৰমণ। ভাৰতে ১৬.৫ অভাৰতে ৪টা উইকেটৰ বিনিময়ত ১৪৮ৰাণ কৰি মেচখনত ৬ উইকেটত বিজয় সাৱ্যস্ত কৰে।

অধিনায়ক হিচাপে নেতৃত্ব লাভ কৰাৰ পিছতে হিটমেন ৰোহিত শৰ্মাই একেৰাহে তিনিটা শৃংখলা বিজয়েৰে আশাতীত সফলতা লাভ কৰিছে।     

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd