• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াক ইউক্ৰেইনত ‘গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰিবলৈ’ আহ্বান অভিনেতা আদিল হুছেইনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2022 4:51 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক পৰ্যায়ত বহু প্ৰশংসিত অসমৰ অভিনেতা আদিল হুছেইনে ৰাছিয়াক ইউক্ৰেইনত “গুলীবর্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা আদি বন্ধ কৰিবলৈ” আহ্বান জনাইছে।

আদিল হুছেইনে কয় যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ কোনো ক্ষতি কৰা নাই, কিন্তু প্ৰকৃততে ৰাছিয়াৰ লোকসকলকহে ‘হত্যা’ কৰিছে।

অভিনেতা আদিল হুছেইনে শুকুৰবাৰে এটা টুইটত এইদৰে কয়, “ইউক্ৰেইনৰ বিৰুদ্ধে আপোনাৰ (ৰাছিয়া) যুদ্ধই পশ্চিমৰ কোনো ক্ষতি কৰা নাই কিন্তু নিশ্চিতভাৱে আপোনাৰ নিজৰ লোকক হত্যা কৰিছে!”।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়াল: বন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য

তেওঁ কয়, “ভয়ৰ পৰা উদ্ভৱ হোৱা কাৰ্য্যই সকলোৰে বাবে দুখ কঢ়িয়াই আনিব।”

অভিনেতাগৰাকীয়ে কয়. “ৰাছিয়া! আপোনালোকে পশ্চিমক লৈ শংকিত নহ’ব। আপোনালোক এখন শক্তিশালী দেশ! … অনুগ্ৰহ কৰি গুলীবৰ্ষণ, বোমা বিস্ফোৰণ, ধ্বংস, হত্যা বন্ধ কৰক।”

Russia. You don't be so sacred of the West. You are a powerful country! Your act of war on Ukraine, is not Harming the west at all but surely is Killing your own people! Actions stemming from fear is bound to bring Misery to all. Please Stop Shelling, Bombing Destroying, Killing

— Adil hussain (@_AdilHussain) March 4, 2022

উল্লেখ্য যে শুকুৰবাৰে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ নৱম দিন। চলিত এই যুদ্ধত ৰাছিয়া আৰু ইউক্ৰেইনৰ দুয়োপক্ষৰ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে। 

Recent News

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd