• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনীয়া ভ্ৰমণ লৈ হাফলঙত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 11, 2018 12:11 pm
Governor
147
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ভ্ৰমণসূচী লৈ হাফলঙত উপস্থিত হৈছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। দিনৰ এঘাৰ বজাত বিশেষ হেলিকপ্টাৰেৰে আসাম ৰাইফলছৰ হেলিপেডত অৱতৰণ কৰি পোনে পোনে হাফলং আৱৰ্ত ভৱনত উপস্থিত হয় ৰাজ্যপালজন।

ৰাজ্যপালে জিলাৰ সামগ্ৰিক নিৰাপত্তা সন্দৰ্ভত প্ৰশাসনৰ লগতে নিৰাপত্তা বাহিনীৰ লগত বৈঠকত মিলিত হয়।

ইয়াৰ পাছতে ৰাজ্যপালজন হাফলং আৱৰ্ত ভৱনত জিলাৰ বিভিন্ন জনগোষ্ঠীয় সংস্থাৰ লগতে ৰাজনৈতিক দলৰ সৈতেও আলোচনাত মিলিত হ’ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে।

আনহাতে পাৰ্বত্য পৰিষদ পৰিদৰ্শনৰ লগতে চি ই এম, ই এম আৰু পৰিষদৰ সদস্যসকলৰ লগতে পৰিষদৰ প্ৰধান সচিবৰ উপস্থিতিত কেন্দ্ৰীয় প্ৰকল্পৰ বাস্তৱায়নক লৈ বিভাগীয় প্ৰধানৰ লগত অনুষ্ঠিত হ’ব আন এখন বৈঠক।

আবেলি চাৰি বজাত অসমৰ দ্বিতীয় স্বচ্ছ গাঁও হাফলঙৰ জায়ন ভ্ৰমণ কৰিব। ইয়াৰোপৰি জিলা সদৰৰ বিভিন্ন স্কুল-কলেজ আৰু চিকিৎসালও পৰিদৰ্শন কৰাৰ কথা।

বৃহস্পতিবাৰে হাফলঙৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে হাফলং আৱৰ্ত ভৱনত সৌজন্যমূলক সাক্ষাৎ কৰিব ৰাজ্যপালজনে। ইয়াৰ পিছতে এই ভ্ৰমণ সামৰি সেই দিনাই গুৱাহাটীৰ উদ্দেশ্যে ৰাওনা হ’ব।

আৱৰ্ত ভৱনত স্থানীয় বিধায়ক বীৰভদ্ৰ হাগজেৰৰ লগতে চি ই এম দেৱলাল গাৰ্লোচা, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকিয়া প্ৰমুখ্যে উপস্থিত আছিল।

Recent News

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd