• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনৰ কি কি অঞ্চল দখল কৰিলে ৰাছিয়াই? কিভে প্ৰকাশ কৰিলে বিশেষ মানচিত্ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 7, 2022 5:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ সেনাই ইউক্ৰেইনত চলোৱা আক্ৰমণে দ্বাদশ দিনত প্ৰৱেশ কৰিলে। এনে সময়তে ৰাছিয়াই ইউক্ৰেইনৰ বহু চহৰ দখল কৰা বুলি দাবী কৰিছে। যুদ্ধৰ ১১ টা দিনত ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ কি কি অঞ্ডল দখল কৰিবলৈ সক্ষম হৈছে তাৰ এখন বিশেষ মানচিত্ৰ প্ৰকাশ কৰিছে ইউক্ৰেইনে।

ইউক্ৰেইনৰ সংস্কৃতি আৰু তথ্য মন্ত্ৰালয়ৰ অধীনস্থ কৌশলগত যোগাযোগ আৰু তথ্য সুৰক্ষা কেন্দ্ৰই ৰাছিয়ান বাহিনীৰ নিয়ন্ত্ৰণাধীন অঞ্চলসমূহক সূচিত কৰা এখন মানচিত্ৰ ৰাজহুৱা কৰিছে। ‘পুটিনৰ যুদ্ধ: দৈনিক খতিয়ান’ বুলি শিৰোনাম দিয়া এই মানচিত্ৰখনে দেখুৱাইছে যে ক্ৰেমলিনে যুদ্ধ বিধ্বস্ত পূৱ ইউৰোপীয় দেশখনৰ উত্তৰ, দক্ষিণ, পূব অঞ্চলত কোনো ধৰণৰ নিয়ন্ত্ৰণ সাৱস্ত্য কৰিবলৈ সক্ষম হোৱা নাই। টুইটাৰৰ জৰিয়তে ইউক্ৰেইনৰ ষ্ট্ৰাটকম কেন্দ্ৰই শ্বেয়াৰ কৰা এই বিশেষ মানচিত্ৰত ৰাছিয়াৰ সেনা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হোৱা অঞ্চলসমূহ হৈ ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে।

Apply Now

ইউক্ৰেইনৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰা মানচিত্ৰৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ৰাছিয়াৰ বাহিনীয়ে পুটিনৰ নিৰ্দেশত ইউক্ৰেইনৰ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত প্ৰৱেশ কৰিছে আৰু ৰাজধানী চহৰ কিভক বিভিন্ন দিশৰ পৰা আগুৰি ধৰিবলৈ সক্ষম হৈছে। ৰাছিয়াই কিভ দখল কৰাৰ প্ৰচেষ্টা চলাই আছে যদিও ইউক্ৰেইনৰ সেনাৰ প্ৰতিৰোধৰ বাবে সফল হ’ব পৰা নাই।

ক্ৰেমলিনৰ বাহিনীয়ে উত্তৰ ইউক্ৰেইনৰ বহুতো গুৰুত্বপূৰ্ণ চহৰ ঘেৰি ধৰিছে আৰু মানচিত্ৰ খনৰ মতে কিয়েভৰ ফালে আগবাঢ়ি গৈ আছে। ক্ৰেমলিনৰ বাহিনীৰ সৈতে যুঁজিবলৈ অস্ত্ৰ তুলি লোৱা অসামৰিক লোকসকলৰ তীব্ৰ প্ৰতিৰোধৰ বাবে ৰাছিয়াৰ চেৰনিহিভ দখলৰ কৰাত সফল হোৱা ৰাছিয়াৰ বাহিনী।

ৰাজধানী কিভ চহৰৰ পূবৰ অঞ্চলবোৰৰ মাজেৰে চুমি পৰ্যন্ত ৰাছিয়াৰ সেনাই আগুৱাই যাবলৈ সক্ষম হৈছে।
কিয়েভত যোৱা ২৪ ঘণ্টাত বিস্ফোৰণ, হত্যা আৰু বোমা বিস্ফোৰণৰ কোনো ঘটনা ঘটাৰ খবৰ পোৱা হোৱা নাই।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd