• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণাইত ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
March 11, 2022 2:38 pm
186
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ এলেকাৰ দায়ৰং চেলাপাৰাত ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ চলাই বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে বাহন এখনো ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ৷

ৰাভা জাতীয় যুৱ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰফুল্ল ৰংখৰ বাসগৃহত নিশা প্ৰায় ১:৪৫ বজাত দুৰ্বৃত্তৰ দল এটাই অতৰ্কিতে আক্ৰমণ চলায় ৷

নিশাৰ এই আক্ৰমণত প্ৰফুল্ল ৰংখৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হোবাৰ লগতে তেঁৱৰ A S 18 G 5776 নম্বৰৰ চাৰিচকীয়া বাহনৰো যথেষ্ট ক্ষতি সাধন হয়।

অৱশ্যে নিশা ঘৰৰ ভিতৰত শুই থকাৰ বাবে কোনো নিশ্চিত আক্ৰমণৰ পৰা ৰক্ষা পৰে প্ৰফুল্ল ৰংখ।

এই ঘটনাটোৱে সমগ্ৰ ৰাভা হাছং অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইফালে এই ঘটনাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা জড়িত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাভা জাতীয় যুৱ পৰিষদৰ সাধাৰণ সম্পাদক  প্ৰফুল্ল ৰংখ তথা ৰাভা জাতীয় পৰিষদৰ নেতৃত্বই ৷

উল্লেখ্য যে, যোৱা ছেপ্টেম্বৰ মাহতো এই গৰাকী প্ৰফুল্ল ৰংখৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷

প্ৰফুল্ল ৰংখৰ অভিযোগ যে, পূৰ্বে তেওঁক আক্ৰমণ কৰা দুৰ্বৃত্তই পুনৰ যোৱা নিশাৰ আক্ৰমণতো তেওঁলোক জড়িত আছে ৷

ইতিমধ্যে ৰাভা জাতীয যুৱ পৰিষদে জিলা প্ৰশাসনৰ উচ্চতম মহলৰ সৈতে সাক্ষাৎ কৰাৰ অন্তত কৃষ্ণাই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি পৰিষদৰ সূত্ৰই জনাইছে ৷

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd