• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনসাধাৰণৰ গুৰুত্বপূর্ণ সমস্যাই স্থান নাপালে বাজেটত: কৃষক মুক্তিৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 16, 2022 9:04 pm
KMSS on Assam Budget 2022-2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা ২০২২-২৩ ৰ পূর্ণাংগ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

জনসাধাৰণৰ গুৰুত্বপূর্ণ সমস্যাই স্থান নাপালে এইবাৰৰ বাজেটত। আজিৰ বাজেটত ৰাজ্যৰ কৃষকসকলক লৈ কোনো আঁচনিয়ে গ্ৰহণ কৰা নহ’ল। এই অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Apply Now

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে কয় যে- আজি অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেট প্ৰতিশ্ৰুতি আৰু সপোনৰ ভঁড়ালৰ বাহিৰে আন একো নহয়। বাজেটৰ আকাৰ পূৰ্বতকৈ সংকুচিত হৈছে আৰু পুঁজি হ্ৰাস পাইছে।

পূৰ্বৰ বাজেট শিতানত ধার্য কৰা আঁচনি সমূহেই পুনৰ দোহৰা হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

বিগত বছৰবোৰৰ তুলনাত ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰা হৈছে যদিও প্ৰতিটো উন্নয়নমূলক আঁচনি কাম-কাজ ৰূপায়নৰ বাবে ধার্য কৰা পুঁজিৰ এডিবি আৰু নাবাৰ্ডৰ ঋণৰ ধনৰ ওপৰতে নিৰ্ভৰশীল বুলি বিবৃতিটোত উল্লেখ কৰা।

“জনসাধাৰণৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ আজি বাজেটত প্ৰতিফলিত নহ’ল। ক’ভিডকালিন পৰিস্থিতিয়ে ৰাজ্যত সৃষ্টি কৰা ভয়াবহ অর্থনৈতিক সংকট মোচনৰ বাবে বাজেটত কোনো আঁচনিয়ে গ্ৰহণ কৰা নহ’ল।”— বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে।

আনহাতে ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ কথা উল্লেখ কৰা হৈছে যদিও কেতিয়ালৈকে এই প্রক্রিয়া সম্পূৰ্ণ কৰা হ’ব সেয়া স্পষ্ট নহয় বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত তালিকাত প্ৰকাশ কৰা খালী পদৰ সংখ্যা আৰু নিযুক্তি ক্ষেত্ৰত চৰকাৰে প্ৰকাশ কৰা তথ্যও বিসংগতিপূর্ণ বুলি তেওঁলোকে অভিযোগ কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই কয় যে- ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ উন্নয়ন আৰু কৃষক সকাহ দিয়াৰ কোনো আঁচনিয়ে আজিৰ বাজেটত অন্তৰ্ভুক্ত নহ’ল৷ পূৰ্বৰ আঁচনিৰ সা সুবিধাসমূহৰো সংকোচন কৰা হৈছে।

ধর্মীয় অনুষ্ঠানসমূহৰ নামত ৰাজকোষৰ ধন ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে যদিও অর্থনৈতিক সংকটে জুৰুলা কৰা ৰাজ্যবাসীক মূল্যবৃদ্ধিৰ গ্ৰাসৰ পৰা সকাহ দিয়াৰ কোনো পদক্ষেপ বাজেটত গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

যানবাহনৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কৰি পুনৰ অতিৰিক্ত কৰৰ সন্ত্রাস সৃষ্টি কৰিব বিচৰা হৈছে। থলুৱা ভূমিহীন লোকক ভূমি প্রদান স্পষ্ট সিদ্ধান্ত উল্লেখ কৰা নহ’ল।

মুঠতে বিভিন্ন প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এখন গতানুগতিক বাজেট বিত্তমন্ত্রী অজন্তা নেওগে আজি অসম বিধানসভাত উত্থাপন কৰিলে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই মন্তব্য প্রকাশ কৰে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd