• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়োজনৰ দাবী পূৰণ নহ’লে আত্মজাহ দিয়াৰ ভাবুকি এছ পি অ’ৰ

by
April 12, 2018 2:51 pm
11-04-18-Baksa-SPO-protest-rally-3-1-266x200
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ আৰক্ষী বিষয়াৰ (এছ পি অ’) এটা গোটে চৰকাৰে তেওঁলোকক নিয়োজিত কৰাৰ দাবীসমূহ পূৰণ নহ’লে আত্মজাহ দিয়াৰ ভাবুকি দিছে।

বুধবাৰে বিশেষ আৰক্ষী বিষয়া কল্যাণ সমাজৰ (The Special Police Officers’ Welfare Society) তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ তৃতীয় বেটেলিয়নত তেওঁলোকক নিযুক্তি দিয়াৰ আশ্বাস তেওঁলোকে অস্বীকাৰ কৰিছে।

Apply Now

এছ পি অ সকলৰ পৰা বৰম্বাৰ অনুৰোধ জনাই অহা আৰু বিগত ফেব্ৰুৱাৰি মাহত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া  স্বত্ত্বেও বাহিনীটো অজিকোপতি গঠন কৰা হোৱা নাই।

এইদৰে দোদুল্যমান অৱস্থাত বিৰক্ত হৈ ২৭২ এছ পি অ’ৰে গঠিত এটা গোটে আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি জনাই দিছে যে এপ্ৰিলৰ ২০ৰ পৰা ২৫ তাৰিখৰ ভিতৰৰ যিকোনো সময়তে তেওঁলোকে আত্মজাহ দিব।

ফেব্ৰুৱাৰিৰ ১৪ তাৰিখে আৰক্ষী নিয়োগ ব’ৰ্ডে ৮৬০জন এছ পি অ’ক এ আই এছ এফৰ তৃতীয় বেটেলিয়নত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল যিটো প্ৰস্তাৱ গৃহ বিভাগত পৰি আছে। চৰকাৰে যদিওবা প্ৰথম আৰু দ্বিতীয় বেটেলিয়নত ১৪৫জন এছ পি অ’ক নিযোজিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল আমি তাৰ বিৰোধিতা কৰিছিলোঁ আৰু ৮৫০ৰ সকলোকেই নিয়োজিত কৰাৰ দাবী জনাইছিলোঁ।  তৃতীয় বেটেলিয়নটো গঠনৰ প্ৰক্ৰিয়াটো ২০১২ চনতেই আৰম্ভ হৈছিল যদিও ফাইলটো গৃহ আৰু বিত্ত বিভাগৰ মাজত অহা-যোৱা কৰি আছে।  বিশেষ আৰক্ষী বিষয়া কল্যাণ সমাজৰ সম্পাদক মৃত্যুঞ্জয় বৰাই কৈছে যে তেওঁলোকে তেওঁলোকৰ দাবীৰ এটা আগতীয়া সমাধান বিছাৰে।

বৰাই গৈছে যে অসম আৰক্ষীৰ ৫,৫০০ টা খালি হৈ থকা পদৰ ২ শতাংশ এছ পি অ’ৰ বাবে সংৰক্ষিত হৈ আছে যদিও নিয়োগৰ প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই।

বিশেষ আৰক্ষী বিষয়া কল্যাণ সমাজৰ সভপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফেব্ৰুৱাৰিৰ ১ তাৰিখে গৃহ বিভাগক দুটা বেটেলিয়ন খোলাৰ বাবে নিৰ্দেশ দিছিল যদিও ৪ মাহৰ সময় সীমাৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ কোনো কাম হৈ নুঠিল।

শইকীয়াই কৈছে যে বিলম্বৰ বাবে এটা গোটৰ ধৈৰ্য্যচ্যুতি  ঘটি আত্মজাহৰ ভাবুকি দিছে। এনে কোনো ঘটনা ঘটিলে তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ’ব বুলি শইকীয়াই সকিয়াই দিছে।

উল্লেখ্য যে ২০০৮ চনত অসম আৰক্ষীৰ পদত অস্থায়ী নিযুক্তি লাভ কৰি সন্ত্ৰাসবাদ-জৰ্জৰ এলেকাত কাম কৰি ২০১৫ চনত চাকৰি হেৰুৱাইছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd