• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কাশ্মীৰ ফাইলছ’ লাগী, ‘ঝুণ্ড’ এলাগী! বলিউডৰ ছবি প্ৰযোজকে ঘটালে ক্ষোভৰ উদ্গীৰণ

সমাজলৈ শুভবাৰ্তা কঢ়িওৱা আন ছবিসমূহকো কিয় কৰমুক্ত কৰা নহয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 19, 2022 5:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে যদি কাশ্মীৰ ফাইলছ কৰমুক্ত কৰিব পাৰে, সমাজলৈ শুভবাৰ্তা কঢ়িওৱা আন চিনেমাসমূহৰ ক্ষেত্ৰত কিয় এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহয়? এই প্ৰশ্ন কৰিছে বলিউডৰ ছবি প্ৰযোজক সৱিতা ৰাজ হিৰেমাথ। এটা ফেচবুক প’ষ্টযোগে তেওঁ লিখিছে যে এখন ছবিক চৰকাৰে কৰমুক্ত কৰিবলৈ কি কি কাৰণ লাগে, সেই বিষয়ে অৱগত হ’বলৈ তেওঁ ঔৎসুক।

উল্লেখযোগ্য যে প্ৰখ্যাত মাৰাঠী পৰিচালক নাগৰাজ মঞ্জুলেৰ পৰিচালনা আৰু সৱিতা ৰাজ হিৰেমাথৰ দ্বাৰা প্ৰযোজিত শেহতীয়া ছৱি ঝুণ্ড (Jhund) উচ্চ প্ৰশংসিত হৈছে। অমিতাভ বচ্ছনে মূল ভূমিকাত অভিনয় কৰা ছবিখনত বিজয় বাৰ্ছে নামৰ এগৰাকী ক্ৰীড়া শিক্ষকৰ জীৱনক উপস্থাপন কৰা হৈছে। নাগপুৰৰ এই ক্ৰীড়া শিক্ষকজনে বস্তি অঞ্চলৰ শিশুসকলক পোহৰৰ বাট দেখুৱাবলৈ শ্লাম ছ’ছাৰ নামৰ এটা এনজিঅ’ গঠন কৰিছিল। এই এনজিঅ’টোৰ দ্বাৰা তেওঁ বস্তিৰ শিশুসকলৰ মাজত ফুটবলৰ শিক্ষা প্ৰদান কৰিছিল।

Apply Now

বিজয় বাৰ্ছেৰ এই অনুকৰণীয় পদক্ষেপকে লৈ নিৰ্মাণ কৰা ঝুণ্ডে মুক্তিলাভ কৰে ৪ মাৰ্চত। কিন্তু চিত্ৰগৃহসমূহত সমাদৰ লাভ কৰাৰ কিছুদিনৰ পাছতে বিবেক অগ্নিহোত্ৰীৰ দ্যা কাশ্মীৰ ফাইলছে মুক্তি লাভ কৰে। ফলস্বৰূপে ঝুণ্ডৰ জনপ্ৰিয়তা কমি আহে। কিন্তু ঝুণ্ডত থকা বিষয়বস্তুসমূহলৈ আঙুলিয়াই প্ৰযোজকগৰাকীয়ে ফেচবুক প’ষ্টটোত লিখিছে যে কাশ্মীৰ ফাইলছৰ দৰেই ঝুণ্ডো এখন অত্যন্ত প্ৰয়োজনীয় ছবি। ছবিখনে কেৱল দৰ্শকৰ প্ৰশংসা লাভ কৰাই নহয়, দেশৰ উন্নতিত অৰিহণা যোগাব পৰা বিষয়বস্তুও ইয়াত সন্নিৱিষ্ট হৈ আছে।

ছবিখনত সমাজৰ পিছপৰা শ্ৰেণীয়ে কেনেদৰে উন্নয়নৰ পথত আগুৱাব পাৰে, সেই বিষয়ে উপস্থাপন কৰা হৈছে। তেনেস্থলত কিয় ছবিখনক চৰকাৰে কৰমুক্ত কৰা নাই বুলিও তেওঁ প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে কাশ্মীৰ ফাইলছ ছবিখনক ইতিমধ্যে উত্তৰপ্ৰদেশ, গুজৰাট, হাৰিয়ানাকে ধৰি বিজেপিশাসিত ৰাজ্যসমূহত কৰমুক্ত ঘোষণা কৰা হৈছে। ফলস্বৰূপে ছবিখনে বিশ্বজুৰি ১১৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

তেনে সময়তে ঝুণ্ডৰ প্ৰযোজকগৰাকীৰ এই ভাষ্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। সঁচাকৈয়ে সমাজলৈ শুভবাৰ্তা কঢ়িওৱা ছবিসমূহৰ ক্ষেত্ৰত চৰকাৰৰ একো কৰণীয় নাই নেকি?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd