• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰা নিৰ্বাচনৰ পিছতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা অঞ্চল পৰিদৰ্শন চিপিআই(এম) নেতা প্ৰকাশ কাৰাটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2018 6:10 pm
29-1454006920-prakash-karat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ আগৰতলাত উপস্থিত হৈছে দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দ ক্ৰমে প্ৰকাশ কাৰাট, সাংসদ শংকৰ প্ৰসাদ দত্তা আৰু প্ৰাক্তন উপ অধ্যক্ষ পবিত্ৰ কৰ।

উল্লেখ্য যে ত্ৰিপুৰাত যোৱা ৩ মাৰ্চত বিজেপি-আই পি এফ টি মিত্ৰজোঁটৰ চৰকাৰ শাসনত অহাৰ পাছতেই ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বাওপন্থী দলটোৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন অঞ্চলৰ দলীয় কাৰ্যালয়ত আক্ৰমণ চলাইছিল গেৰুৱা বাহিনীৰ সমৰ্থকে।

Apply Now

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই ৰাজ্যখনৰ বিশালগড়, খোৱাই, ছাবৰুম, খমলুং, মেলাগড়, জিৰানিয়া, বেল’নিয়া আৰু আগৰতলাৰ ৰামনগৰ আৰু দক্ষিণ ৰামনগৰৰ চি পি আই (এম) সমৰ্থক সকলক গেৰুৱা বাহিনীৰ সমৰ্থকসকলে শাৰিৰীক আক্ৰমণ, বাসগৃহত আক্ৰমণ তথা দলীয় কাৰ্যালয়ত আক্ৰমণ কৰি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

এই সকলোবোৰৰ বিষয়ে বুজ ল’বলৈ ৰাজ্যখনলৈ আহি বাও নেতা কাৰাটে কয় যে বিজেপিৰ সমৰ্থক সকলে আমাৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰিলে, নেতা-কৰ্মীক শাৰিৰীক-মানসিক অত্যাচাৰ কৰিলে। বহুতো নেতা গেৰুৱা বাহিনীৰ দাবী ধমকিত ঘৰ এৰি পলায়নো কৰিলে।

তেওঁ লগতে কয় যে বিজেপি-আই পি এফ টি চৰকাৰ শাসনত অহাৰ পাছতেই ৰাজ্যখনত গেৰুৱা বাহিনীৰ সন্ত্ৰাস আৰম্ভ হ’ল। মানুহে সন্ত্ৰাসত ঘৰ এৰি পলায় গ’ল, শাৰিৰীকভাবে আক্ৰমণ কৰাত বহুতো নেতা-কৰ্মী চিকিৎসালয়ত ভৰ্তী হ’বলগীয়া হ’ল।

উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই ৫ মাৰ্চৰ নিশা চিপিআই (এম) নেতা অনীমেশ দেববৰ্মাৰ বাসগৃহত আই পি এফ টিৰ সমৰ্থকৰ লগতে দেববৰ্মাৰ প্ৰতিবেশী জয়ন্তই পেট্ৰল ধালি অগ্নি সংযোগ কৰাৰো অভিযোগ উত্থাপন কৰে চিপিআই(এম)ৰ নেতৃবৃন্দই।

আনহাতে এনে ঘটনাক বিজেপিয়ে সম্পূৰ্ণৰূপে নসাৎ কৰি চিপিআই (এম)ৰ অভিযোগ গুৰুত্বহীন আখ্যা দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd