• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেন্নাইক ৬ উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় লক্ষ্ণৌৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2022 8:03 am
WhatsApp Image 2022-04-01 at 7.23.48 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএল-২০২২ত কলকাতা নাইট ৰাইডাৰ্ছৰ পিছত এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাততো পৰাজিত হ’ল চেন্নাই ছুপাৰ কিংছ। চেন্নাইক ৬উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় সাৱ্যস্ত কৰিলে লক্ষ্ণৌৱে।

ব্ৰেব’ৰ্ণ ষ্টেডিয়ামত বৃহস্পতিবাৰে টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি চেন্নাই ছুপাৰ কিংছে দুৰ্দান্ত আৰম্ভণি কৰে। অপেনাৰ ৰবীন উথাপ্পাই মাত্ৰ ২৭টা বলতে ৫০ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে। চেন্নাইয়ে পাৱাৰ-প্লেৰ ছয় অভাৰত ৭৩ৰাণ কৰি আইপিএলত অভিলেখো গঢ়ে।

লগতে পঢ়ক: ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী; বিতৰ্কৰ মাজত বিৰোধী ঐক্য

Apply Now

উথাপ্পাৰ উপৰি শিৱম ডুবেই ৩০টা বলত ৪৯ৰাণ আৰু মইন আলীয়ে২২টা বলত ৩৫ৰাণ কৰে। শেহৰ পিনে অধিনায়ক ৰবীন্দ্ৰ জাডেজাই ৯টা বলত ১৭ৰাণ আৰু ধোনীয়ে ৬টা বলত ১৬ৰাণ কৰে। চেন্নাইয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ২১০ৰাণৰ বিশাল স্ক’ৰ গঢ়ি তোলে।

ইপিনে, ২১১ৰাণৰ লক্ষ্য সন্মুখত ৰাখি খেলিবলৈ নমা লক্ষ্ণৌৰ দুই অপেনাৰ কুইন্টন ডি’কক আৰু লোকেশ ৰাহুলে বিস্ফোৰক বেটিঙেৰে ৯৯ৰাণৰ যুটী বান্ধে। লক্ষ্ণৌৰ ১১সংখ্যক অভাৰত প্ৰিটোৰাছে ৰাহুলক ৪০ৰাণত আউট কৰে। কিন্তু ডি’ককে ৪৫টা বলত ৬১ৰাণ কৰি আউট হয়।

লক্ষ্ণৌৰ অপেনাৰ দুজন আউট হোৱাৰ পিছত চাপ কিছু বৃদ্ধি পায় যদিও লক্ষ্ণৌক সেই চাপৰ পৰা মুক্ত কৰে  এভিন লুইচে। তেওঁ মাত্ৰ ২৩টা বলতে অৰ্দ্ধশতক কৰে। চলিত আইপিএলত এতিয়ালৈকে এইটোৱে দ্ৰুততম অৰ্দ্ধশতক।

লুইচৰ এই বিস্ফোৰক ইনিংছৰ উপৰি যুৱ খেলুৱৈ বাদোনিৰ ৯টা বলত কৰা ১৯ৰাণৰ ইনিংছৰ সহায়ত লক্ষ্ণৌৱে বিজয় সাৱ্যস্ত কৰে।

খেলখনত হাৰিলেও চেন্নাইৰ ডোয়েন ব্ৰেভোৱে অভিলেখ গঢ়ে। তেওঁ আইপিএলৰ ইতিহাসত সৰ্বোচ্চ উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।  

সংক্ষিপ্ত স্ক’ৰ:   

চেন্নাই ছুপাৰ কিংছ: ২১০/৭ (উথাপ্পা ৫০, শিবম ডুবে ৪৯)
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: ২১১/৪ (কুইন্টন ডি’কক ৬১, লুইচ ৫৫)
খেলখনত ৬ উইকেটত জয়ী লক্ষ্ণৌ ছুপাৰ জায়েন্টছ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd