• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত ‘আমাৰ পৃথিৱী আমাৰ পৰিৱেশ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
April 1, 2022 6:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও চহৰৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত লেখিকা যামিনী দেৱীৰ ‘আমাৰ পৃথিৱী আমাৰ পৰিবেশ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই গ্ৰন্থখন উন্মোচন কৰে ৷

গ্ৰন্থখন উন্মোচন কৰি দিয়া চমু বক্তব্যত তেওঁ পৰিৱেশ সম্পৰ্কীয় এই গ্ৰন্থখনে ছাত্ৰ – ছাত্ৰীসকলৰ লগতে পাঠকক পৰিৱেশৰ লগত জড়িত বিভিন্ন বিষয় জনাত অৰিহণা যোগাব বুলি কয় ৷ উল্লেখ্য যে বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থ বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা লেখিকা যামিনী দেৱীৰ ‘আমাৰ পৃথিৱী, আমাৰ পৰিৱেশ ‘গ্ৰন্থখন মূলত এখন পৰিৱেশ ভিত্তিক সংকলিত পুথি ৷ গ্ৰন্থখনত পাঠকে আমাৰ চৌপাশৰ পৰিৱেশৰ ওপৰত বৰ্তমানে আহি পৰা বিভিন্ন ধৰণৰ ভাবুকিৰ উমান পাব ৷ গ্ৰন্থ খনত সৰ্বমুঠ ৩৭ টা পৰিৱেশ সম্পৰ্কীয় পৰিচ্ছেদ আছে ৷ প্ৰতিটো পৰিচ্ছেদতে ৰজিতা খোৱাকৈ তথ্য আৰু চিত্ৰৰ সমাহাৰ ঘটিছে ৷ এক কথাত এইখন এখন তথ্যভিত্তিক সচিত্ৰ সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ বাবে সময়োপযোগী পৰিৱেশ সম্পৰ্কীয় পুথি হিচাবে বিবেচিত হ’ব বুলি বহুতে মন্তব্য কৰিছে।

Apply Now

ঔষধি গছবোৰক চিনাকী কৰি দিয়াৰ বাবে গ্ৰন্থখনৰ বকলাত দুটা পৃষ্ঠাত সেইসমূহ গছৰ ৰঙীণ চিত্ৰ সংযোগ কৰা হৈছে ৷ গ্ৰন্থখন লেখিকাৰ স্বামী তথা ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বংকিম চন্দ্ৰ চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থ খন ৷ উল্লেখ্য যে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই ৷

অনুষ্ঠানত গ্ৰন্থখনৰ লেখিকা যামিনী দেৱীয়ে কয় যে সাহিত্যৰ লগত চাৰিটা দিশ জড়িত হৈ থাকে ৷  লেখক, পাঠক, সমাজ আৰু সংগঠক ৷ লেখকে লিখি যায়, পাঠকে পঢ়ে, লেখক আৰু পাঠকে মিলি এখন চিন্তাশীল সমাজৰ সৃষ্টি কৰে ৷ এই তিনিটা দলক একত্ৰিত কৰে সংগঠকে ৷ সংগঠক হ’ল অনুষ্ঠান আয়োজকসকল ৷ প্ৰেছ ক্লাবক সংগঠক আখ্যা দি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জনায় ৷

অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক বংকিম চন্দ্ৰ চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক তেজেশ ত্ৰিপাঠীয়ে বক্তব্য ৰাখে ৷ অনুষ্ঠানত চিলাৰায় অফছেট প্ৰিণ্টৰ স্বত্বাধিকাৰী গৌতম মজুমদাৰো উপস্থিত থাকে ৷ উল্লেখ্য যে লেখিকা যামিনী দেৱীৰ ইয়াৰ পূৰ্বে প্ৰৱন্ধ, কবিতা, উপন্যাস, গল্প আদিকে ধৰি ৮ খন গ্ৰন্থ প্ৰকাশ পাইছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd