• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অব্যাহত পুষ্পাৰ সফলতাৰ দৌৰ: TVR ৰেটিঙত অতিক্ৰম কৰিলে অক্ষয়ৰ সূৰ্যবংশী আৰু ৰণবীৰৰ ৮৩ ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2022 7:32 pm
Pushpa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেগু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তাৰকা আলু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ চিনেমা হলত প্ৰদৰ্শন বন্ধ হ’লেও অব্যাহত আছে জনপ্ৰিয়তা আৰু সফলতাৰ দৌৰ।

বিশ্বজুৰি ৩৫০ কোটি টকাৰো অধিক ব্যৱসায় কৰা চিনেমাখনে এতিয়া টিভিটো সফলতা অৰ্জন কৰিছে।

Apply Now

‘পুষ্পা: দ্য ৰাইজ’ৰ টিভি প্ৰিমিয়াৰে অক্ষয় কুমাৰৰ ‘সূৰ্যবংশী’ আৰু ৰণবীৰ সিঙৰ ‘৮৩’ ৰ ৰেটিঙক অতিক্ৰম কৰিছে। তেলেগু চলচ্চিত্ৰ জগতত পুষ্পাৰ এই সফলতা এক চমকপ্ৰদ মাইলষ্ট’ন হিচাপে পৰিগণিত হৈছে।

সুকুমাৰৰ দ্বাৰা পৰিচালিত আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ ২০২১ চনৰ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰে। মুক্তিৰ পাছতে চিনেমাখনে বক্স অফিচত আধিপত্য বিস্তাৰ কৰে।

তেলেগু ভাষাত দৃশ্যগ্ৰহণ কৰা ছবিখন একাধিক ভাষাত মুক্তি দিয়া হৈছিল। কেৱল হিন্দী সংস্কৰণটোৱেই ৮০ কোটি টকা উপাৰ্জন কৰিছিল।

গোল্ডমাইনছ টেলিফিল্মছৰ টুইটাৰ হেণ্ডেল অনুসৰি পুষ্পাই এতিয়া ‘সূৰ্যবংশী’ আৰু ‘৮৩’ ক HSM Urban আৰু TVR ৰেটিঙত অতিক্ৰম কৰিছে।

পুষ্পাৰ HSM Urban ৰেটিং ৪.৩৫ TVR ৰ পৰিৱৰ্তে ‘৮৩’ আৰু ‘সূৰ্যবংশী’ৰ ৰেটিং ক্ৰমে ১.৭৯ TVR আৰু ২.৭ TVR।

একেদৰে HSM Urban Pay ৰেটিঙত আল্লু অৰ্জুন অভিনীত পুষ্পাৰ ৩.৭৯ TVR ৰেটিং ‘৮৩’-ৰ ২.১১ আৰু সূৰ্যবংশীৰ ৩.১৮ TVR ৰেটিঙতকৈ অধিক।

ইয়াৰ উপৰিও HSM U+R শাখাত পুষ্পাই (৪.২৩ TVR ৰেটিং) ‘৮৩’ (১.০৭ TVR ৰেটিং) ‘সূৰ্যবংশী’ (১.৬৮ TVR ৰেটিং) ক অতিক্ৰম কৰিছে।

 

“Pushpa” Out Performs “83” & “Sooryavanshi” In An Epic Battle #PushpaOnGoldmines #Goldmines pic.twitter.com/PYTAlo6oIL

— Goldmines Telefilms (@GTelefilms) March 31, 2022

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd