• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ; বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ

মনজিত দত্ত by মনজিত দত্ত
April 3, 2022 8:12 pm
বৰদলৈ ট্ৰফীৰ এইবাৰৰ বিজয়ী দিল্লী ফুটবল ক্লাৱ। ফটো: নৰ্থইষ্ট নাও।

বৰদলৈ ট্ৰফীৰ এইবাৰৰ বিজয়ী দিল্লী ফুটবল ক্লাৱ। ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফীত যৱনিকা পৰিল এসময়ত দপদপনি তোলা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অইল ইণ্ডিয়া তথা অসম পুলিচ ব্লুজৰ ৰাজত্ব। আজি সামৰণি পৰা ৬৮ সংখ্যক বৰদলৈ ট্ৰফীৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিলে দিল্লী ফুটবল ক্লাৱে।

উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল দিল্লী ফুটবল ক্লাৱ। বিদেশী খেলুৱৈৰে সমৃদ্ধ দলটোৱে নাগালেণ্ড পুলিচ দলক একমাত্ৰ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

গ’লশূন্যভাৱে সমাপ্ত হোৱা প্ৰথমাৰ্দ্ধত দিল্লীয়ে নাগালেণ্ডৰ গ’লবক্সত নিৰন্তৰ আক্ৰমণ কৰে যদিও ডিফেঞ্চ ভেদ কৰি গ’ল স্ক’ৰ কৰাত বিফল হয়। অৱশ্যে দ্বিতীয়াৰ্দ্ধত দুয়োটা দলেই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে।

Apply Now
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক নাগালেণ্ড পুলিচ দলৰ গ’লৰক্ষক নেইথ’ভিলি চেলিঅ’। ফটো: নৰ্থইষ্ট নাও।

অৱশেষত  দিল্লীৰ জাপানী মিডফিল্ডাৰ কছুকে য়ামাজাকিয়ে সোঁফালৰ পৰা দ্ৰুত আক্ৰমণ কৰি ৭০ মিনিটত নাগালেণ্ডৰ গ’লবক্সত আঘাত হানে। ইয়াৰ কিছুসময় পাছতে দিল্লীৰ অধিনায়ক কৃষ্ণ পণ্ডিতক ৰঙা কাৰ্ড দেখুওৱাৰ পিছত ১০ জন খেলুৱৈৰেই খেলিবলগীয়া হয় দিল্লীয়ে। 

নাগালেণ্ড আৰক্ষীয়ে সমতা স্থাপনৰ কেইবাটাও সুযোগ পাইছিল যদিও দিল্লীৰ অভেদ্য ডিফেঞ্চ ভেদ কৰি সুযোগ কাৰ্যকৰী কৰাত ব্যৰ্থ হয়।

অৱশেষত ৰেফাৰীয়ে নিৰ্ধাৰিত সময়ৰ সংকেতধ্বনি দিয়াৰ লগে লগে দিল্লী এফ চিয়ে ৬৮ তম বৰদলৈ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ দিল্লী এফ চিৰ জাপানী মিডফিল্ডাৰ কছুকে য়ামাজাকি। ফটো: নৰ্থইষ্ট নাও।

দিল্লী এফ চিৰ জাপানী মিডফিল্ডাৰ কছুকে য়ামাজাকি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

আনহাতে, নাগালেণ্ড পুলিচ দলৰ গ’লৰক্ষক নেইথ’ভিলি চেলিঅ’ই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে।

মনজিত দত্ত

মনজিত দত্ত

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd