• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ গুলিত আঘাতপ্ৰাপ্ত সুৰজ গগৈৰ মৃত্যুত সৰ্বত্ৰ প্ৰতিক্ৰিয়া

সুৰজক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ,গুপ্তহত্যা নহয়, এইবাৰ মুক্ত হত্যাৰ উকমুকনি নেকি ৰাজ্যত!

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
April 7, 2022 12:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুপ্তহত্যা নহয়, এইবাৰ মুক্ত হত্যাৰ উকমুকনি  নেকি ৰাজ্যত!

এনকাউন্টাৰৰ নামত নিৰপৰাধী যুৱকক হত্যা কৰিছে নেকি অসম আৰক্ষীয়ে?

Apply Now

ৰাজ্যত সংঘটিত বহু কেইটা এনকাউন্টাৰৰ ঘটনাৰ পিছতেই অসম আৰক্ষীৰ ভূমিকাকলৈ এনে প্ৰশ্নই কৰিছে অসমৰ বহু লোকে।

শেহতীয়াকৈ অসম আৰক্ষীৰ এনকাউন্টাৰত আঘাতপ্ৰাপ্ত শিৱসাগৰৰ এজন যুৱকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰাত সহায় কৰাৰ অপৰাধত চৰাইদেউ আৰক্ষীয়ে যোৱা ৩ মাৰ্চত আটক কৰিছিল শিৱসাগৰৰ বেতবাৰীৰ তামুলীবজাৰ চাংমাই গাঁৱৰ যুৱক সুৰজ গগৈক। আটক কৰাৰ পিছতেই সুৰজ গগৈক চিকিৎসালয়লৈ অনাৰ পথত অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্ঠা কৰোতে আৰক্ষীৰ গুলিত আহত হয় সুৰজ গগৈ।

আৰক্ষীৰ গুলিয়ে ভৰিত আঘাত কৰা সুৰজ গগৈক ৩ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰে যদিও ৫ এপ্ৰিলৰ বিয়লি ডিব্ৰুগড় মেডিকেল কলেজত তেওঁৰ মৃত্যু হয়।

ইপিনে আৰক্ষীয়ে আলফা স্বাধীনৰ লিংকমেক বুলি সন্দেহ কৰা সুৰজ গগৈ আলফা স্বাধীনৰ সদস্য নহয় বুলি এক প্ৰেছ বিবৃতি যোগে স্পষ্ট কৰে আলফা স্বাধীনে। মৃত সুৰজ গগৈ আলফা স্বাধীনৰ লগত জড়িত নহলেও অসম মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়াৰ বাবে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনে তেওঁক অমৰ মৃতক হিচাপে ঘোষণা কৰে।

আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে এক বিবৃতি যোগে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক প্ৰশ্ন কৰে যে কাৰ নিৰ্দেশত নিৰপৰাধী যুৱক সুৰজ গগৈক হত্যা কৰা হ’ল সেই বিষয়ে মুখ্যমন্ত্ৰী আৰু ডিজিপিয়ে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়।

ইপিনে পৰিয়ালৰ লোকৰ অভিযোগ পৰিকল্পিত ভাৱে হত্যা কৰা হ’ল সুৰজক। মঙলবাৰৰ পুৱালৈকে সম্পূৰ্ণ সুস্থ অৱস্থাত থকা সুৰজ গগৈ হঠাৎ অসুস্থ হৈ পৰে আৰু কিছু সময়ৰ পিছতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালৰ লোকে তেওঁৰ মৃত্যুক সহজভাৱে লব পৰা নাই।

এটি তিনিমহীয়া কণমানি সন্তানৰ পিতৃ সুৰজ গগৈৰ মৃতদেহ বুধবাৰে নিশা আহি পোৱাৰ পিছতেই কান্দোনত ভাগি পৰে পৰিয়ালৰ সদস্যসকল।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd