• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাধ্যতামূলক হিন্দী ভাষা : তুমূল বিতৰ্কৰ পাছতে মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্টীকৰণ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 9, 2022 8:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বাধ্যতামূলক হিন্দী ভাষা ”  তুমূল বিতৰ্কৰ পাছতে মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্টীকৰণ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়—“শনিবাৰে ৰাতিপুৱাৰ পৰা এটা ভুল বাখ্যা চলি আছে”

Apply Now

অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত হিন্দী ভাষা বাধ্যতামূলক কৰা হ’ব বুলি অমিত শ্বাহৰ ঘোষণাৰ পাছতে চৌদিশে সকলো জাতীয় দল সংগঠনে একেমুখে গৰিহণা দিছিল।

এই বিতৰ্ক চলি থকাৰ মাজতে বিষয়টোকলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এফালৰ পৰা দি গ’ল স্পষ্টীকৰণ।

স্পষ্টীকৰণ দি মুখ্যমন্ত্ৰীয়ে কয় “এই বিষয়ে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কোনো নিৰ্দেশনা দিয়া নাই। অসমত অসমীয়া মাতৃভাষা। অসম সাহিত্য সভা, জনজাতীয়-জনগোষ্ঠীয় সাহিত্য সভাৰ সৈতে আলোচনা কৰি চাৰিটা ভাষা সামৰি ৰাজ্য চৰকাৰে ভাষা নীতি প্ৰস্তুত কৰিছিল। এই কথাক বিধানসভাত সকলোৱে আদৰণি জনাইছিল”।

ইপিনে, চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় “ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষা জানিব লাগে। এটা জনজাতীয় ভাষা জানিব পাৰিলে ভাল। হিন্দী আৰু ইংৰাজী জানিব লাগে”।

ইয়াৰোপৰি, হিন্দীক ভাষাৰ মাধ্যম কৰিব লাগে বুলি কোনো চিঠি কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা নাই বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় “অমিত শ্বাহ ডাঙৰীয়াই এটাই কৈছে যে ছাত্ৰ-ছাত্ৰীয়ে হিন্দী শিকিব লাগে। আমিও বিচাৰো হিন্দী-ইংৰাজী তেওঁলোকে শিকিব লাগে। তেওঁ অসমীয়া শিকা বন্ধ কৰি হিন্দী শিকিব লাগে বুলি কোৱা নাছিল”।

শনিবাৰে পুৱাৰে পৰা এটা ভুল বাখ্যা চলি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “মাতৃভাষা ভালদৰে জনাৰ পাছত এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে হিন্দী বা ইংৰাজী জানিব লাগে বুলি কৈছে। যাতে দিল্লী, মুম্বাইৰ শিক্ষানুষ্ঠানলৈ গৈ তেওঁলোকে হিন্দীত ভালদৰে কথা পাতিব পাৰে বা সুবিধা লাভ কৰিব পাৰে”।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd