• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনি: ৰাম নৱমীৰ কাৰ্যসূচীৰ মাজতে চাৰি ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2022 4:05 pm
Communal clashes in India
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সাম্প্ৰদায়িক পৰিস্থিতি ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হোৱাৰো সম্ভাৱনাই গা কৰি উঠিছে। এনে সময়তে দেওবাৰে ৰাম নৱমী উৎসৱৰ কাৰ্যসূচীৰ মাজতে গুজৰাট, মধ্য প্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ কিছু অংশত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়।

গুজৰাটত খাম্বাট চহৰত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত দুটা গোটৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত এজন লোক নিহত হয়।

Apply Now

চহৰখনৰ কেইবাখনো দোকানত অগ্নি সংযোগ কৰাৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়।

ৰাজ্যখনৰ হিম্মতনগৰতো দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এনে পৰিস্থিতিত অঞ্চলটোত অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়েন কৰা হয়।

আনহাতে মধ্য প্ৰদেশৰ খাৰগোনত ৰাম নৱমী উপলক্ষ্যে উলিওৱা শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰাৰ ফলত দুই ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।

আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াৰ মন্তব্য মতে শিল নিক্ষেপৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ পৰে আৰু তাৰ পিছতে বাহন আৰু স্থানীয় বাসস্থান সমূহত অগ্নিসংযোগ কৰা হয়।

সংঘৰ্ষত কেইবাজনো লোক আহত হয়। লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা তিনিজন আৰক্ষী কৰ্মীও আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

এই সংঘৰ্ষৰ পিছতে সমগ্ৰ খাৰগোন চহৰত কাৰফিউ জাৰি কৰা হৈছে। চহৰখনৰ বাসিন্দা সকলক কেৱল চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবেহে বাহিৰলৈ ওলোৱাৰ অনুমতি দিয়া হৈছে।

ইফালে পশ্চিম বংগৰ হাওৰাতো এটা ৰাম নৱমী শোভাযাত্ৰাত আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে শোভাযাত্ৰাত আৰক্ষীয়ে আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লগতে সমগ্ৰ অঞ্চলটোতে ব্যাপক হাৰত সুৰক্ষা বাহিনীৰ কৰ্মী মোতায়েন কৰা হৈছে।

সেইদৰে ঝাৰখণ্ডৰ বোকাৰো আৰু লোহাৰডাগাতো সংঘৰ্ষৰ খবৰ পোৱা গৈছে। সংঘৰ্ষত ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হৈছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd