• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মছজিদত লাউডস্পীকাৰ বিতৰ্ক: এইবাৰ মন্দিৰে মন্দিৰে লাউডস্পীকাৰ বিতৰণ বিজেপি নেতাৰ

কোনো কাৰণতে ৰাজ্যৰ শান্তি বিঘ্নিত কৰিবলৈ দিয়া নহ'ব: মহাৰাষ্ট্ৰৰ চৰকাৰৰ সকীয়নি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2022 12:42 pm
loudspeaker row
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰ লৈ হিন্দুত্ববাদী নেতাই সৃষ্টি কৰা ৰাজনৈতিক বিতৰ্কই এইবাৰ নতুন মূৰ লৈছে। এইবাৰ বিজেপি নেতা মোহিত কম্বোজে হনুমান চালিচা বজাবলৈ মন্দিৰে-মন্দিৰে বিনামূলীয়াকৈ বিতৰণ কৰিছে লাউডস্পীকাৰ।

১৪ এপ্ৰিলত বিজেপি নেতাজনে মন্দিৰন্যাস আৰু স্বতন্ত্ৰ মন্দিৰসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে তেওঁ বিনামূলীয়া লাউডস্পীকাৰ ছেট বিতৰণ কৰিছে আৰু ন্যাসসমূহে হনুমান চালিচা আৰু দেৱ-দেৱীৰ অন্যান্য ভক্তিমূলক গীত বজাব লাগে।

Apply Now

“হিন্দুসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছে আৰু আক্ৰমণ এতিয়াও চলি আছে। হিন্দু ধৰ্মৰ ওপৰত মানুহৰ বিশ্বাস বৃদ্ধি কৰাৰ বাবে মই সকলো মন্দিৰত লাউডস্পীকাৰ বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো।”— বিজেপি নেতা কম্বোজে কয়।

“মন্দিৰৰ চৌহদত লাউডস্পীকাৰ স্থাপন কৰক আৰু দৈনিক ভিত্তিত হনুমান চালিচা আৰু দেৱ-দেৱীৰ ভক্তিমূলক গীত বজাওক।”- কম্বোজে লগতে কয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে মছজিদসমূহত লাউডস্পীকাৰ ব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনাইছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰেই।

ৰাজ ঠাকৰেৰ এই দাবীৰ পিছতে মছজিদত লাউডস্পীকাৰৰ ব্যৱহাৰৰ সমান্তৰালভাৱে মন্দিৰতো লাউডস্পীকাৰ ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়াই এই বিনামূলীয়া বিতৰণৰ ব্যৱস্থা কৰিছে বিজেপি নেতাজনে।

ইফালে লাউডস্পীকাৰ বিতৰ্কৰ ৰাজনীতিৰ মাজতে ৰাজ্যখনৰ শান্তি আৰু স্বাভাৱিকতা ব্যাহত কৰিবলৈ কাকো অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে মহাৰাষ্ট্ৰ চৰকাৰে।

মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী দিলীপ ৱালছে পাটিলে কয় যে আৰক্ষীয়ে এই সন্দৰ্ভত কঠোৰ নিৰীক্ষণ কৰি আছে।

“আমি বিষয়টো গুৰুত্বসহকাৰে লৈছো আৰু তীক্ষ্ণভাৱে চাই আছো। আৰক্ষী সতৰ্ক হৈ আছে। হনুমান জয়ন্তীৰ লগতে আন এটা উৎসৱৰো আয়োজন হ’বলৈ গৈ আছে। কাকো স্বাভাৱিক অৱস্থাৰ ব্যাঘাত জন্মাবলৈ অনুমতি দিয়া নহ’ব।”— পাটিলে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd