• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ৰাজধানী কীয়েভত ৯০০ অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2022 7:57 am
199
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনৰ ৰাজধানী কীয়েভ অঞ্চলৰ পৰা ৯০০ তকৈয়ো অধিক অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই কথা জানিবলৈ দিয়ে আৰক্ষী বিভাগৰ মুৰব্বী আন্দ্ৰেই নিয়েবিটভে। এই মৃতদেহসমূহ পৰীক্ষাৰ বাবে ফৰেনচিক বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষী বিষয়া নিয়েবটিভে জানিবলৈ দিয়ে যে নিহতসকলৰ অধিকাংশই সাধাৰণ গাঁৱৰ লোক। তেওঁলোকৰ বহুতৰে শৰীৰত নিৰ্যাতনৰ চিন স্পষ্ট হৈ আছে।

লগতে পঢ়ক: যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া! কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ   

নিয়েবটিভে লগতে কয় যে বুচা চহৰৰ পৰা চাৰে তিনিশতকৈয়ো অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। তাত ৰাছিয়াৰ সেনাৰ নিষ্ঠুৰতাৰ প্ৰমান পোৱা গৈছে। এইটো যুদ্ধ অপৰাধৰ ঘটনাত পৰে। কিন্তু ৰাছিয়াই আগৰ দৰেই এই অভিযোগ চিধাচিধি অস্বীকাৰ কৰিছে।

ইপিনে, ৰাছিয়াৰ যুদ্ধ জাহাজ ‘মস্কোভা’ ধ্বংস কৰাৰ পিছত দেশখনে ইউক্ৰেইনৰ ওপৰত তীব্ৰ আক্ৰমণ চলোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনে এনে আক্ৰমণ প্ৰতিৰোধৰ বাবে নিজকে সাজু কৰি তুলিছে।

লগতে পঢ়ক: উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি; দাবী এফবিআইৰ

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনলৈ ইতিমধ্যে অস্ত্ৰ-শস্ত্ৰকে ধৰি সামৰিক সাহায্য প্ৰেৰণ কৰিছে।  

Recent News

দিল্লীৰ গুৰুদ্বাৰৰ সম্পত্তি অধিগ্ৰহণক লৈ ৱাকফ ব’ৰ্ডক হুংকাৰ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ গুৰুদ্বাৰৰ সম্পত্তি অধিগ্ৰহণক লৈ ৱাকফ ব’ৰ্ডক হুংকাৰ উচ্চতম ন্যায়ালয়ৰ

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

গেষ্টিকৰ পৰা বাছিব পৰা কেইটামান সহজ ঘৰুৱা উপায়…

গেষ্টিকৰ পৰা বাছিব পৰা কেইটামান সহজ ঘৰুৱা উপায়…

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd