• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আচৰণবিধি ভংগ: শাস্তিৰ সন্মুখীন দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট, শাৰ্দুল ঠাকুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2022 4:40 pm
Rishabh Pant and Shardul Thakur Sanctioned
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছৰ মেচৰ সময়ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শাস্তিৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্ট, অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰৰ লগতে দলটোৰ সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰে।

আজি জাৰি কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এক অফিচিয়েল বিজ্ঞপ্তিযোগে অধিনায়ক পণ্টৰ ১০০ শতাংশ মেচ-ফী কৰ্তন কৰা হৈছে। পণ্টে আই পি এল আচৰণ বিধিৰ অনুচ্ছেদ ২.৭ ৰ অধীনত স্তৰ ২ ৰ অপৰাধ স্বীকাৰ কৰে আৰু শাস্তি মানি লয়।

Apply Now

পণ্টৰ সতীৰ্থ তথা অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰক আচৰণ বিধি উলংঘা কৰাৰ বাবে তেওঁৰ মেচ-ফীৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।

ঠাকুৰে আই পি এল ৰ আচৰণ বিধিৰ অনুচ্ছেদ ২.৮ ৰ অধীনত স্তৰ ২ৰ অপৰাধ স্বীকাৰ কৰি শাস্তি গ্ৰহণৰ বাবে সন্মত হয়।

আনহাতে দিল্লী কেপিটেলছৰ সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰেক আচৰণ বিধি উলংঘা কৰাৰ বাবে তেওঁৰ মেচ-ফীৰ ১০০ শতাংশ জৰিমনা বিহা হৈছে। তেওঁক লগতে এখন মেচৰ বাবে নিষেধাজ্ঞাও আৰোপ কৰা হৈছে।

আমৰেই আই পি এল আচৰণ বিধিৰ অনুচ্ছেদ ২.২ ৰ অধীনত স্তৰ ২ৰ অপৰাধ স্বীকাৰ কৰে।

উল্লেখ্য যে শুকুৰবাৰে খেলখনৰ অন্তিম অভাৰত দিল্লী কেপিটেলছক জয়ৰ বাবে ৩৬ ৰাণৰ প্ৰয়োজন হৈছিল। অভাৰৰ প্ৰথম দুটা বলত ৰ’ভমেন পাৱেলে দুটাকৈ ছয় কোবোৱাৰ পিছত তৃতীয় বলতো আন এটা ছয় কোবায়।

ৰাজস্থানৰ পেচাৰ অ’বেদ মেক্কয়ৰ তৃতীয় বলটো এটা ন’ বল আছিল যদিও আম্পায়াৰে ন’ বল ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে। আম্পায়াৰৰ এই ভুল সিদ্ধান্তৰ পিছতে খেলখনত কিছু অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়।

দিল্লীৰ অধিনায়ক পণ্টে আম্পায়াৰৰ এই সিদ্ধান্তৰ মুকলি বিৰোধ কৰি ক্ৰীজত থকা দিল্লীৰ বেটাৰদ্বয় পাৱেল আৰু কুলদীপ যাদৱক ক্ৰীজ ত্যাগ কৰিবলৈ ঈঙ্গিত দিয়ে। পণ্টৰ লগতে শাৰ্দুল ঠাকুৰেই একে ঈঙ্গিত দিয়াৰ লগতে আম্পায়াৰৰ সিদ্ধান্তৰ মুকলি বিৰোধ কৰে।

ইয়াৰ পিছতে সহকাৰী প্ৰশিক্ষক আমৰে খেলপথাৰত প্ৰৱেশ কৰি আম্পায়াৰ নিটিন মেননক সিদ্ধান্তৰ বিৰোধ কৰে। অৱশ্যে আম্পায়াৰদ্বয়ে পূৰ্বৰ সিদ্ধান্তই বাহাল ৰখাৰ পিছত দিল্লী খেলখনত ১৫ ৰানত পৰাজিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd