• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ নাগৰিক সুৰক্ষা মঞ্চ, অসমৰ

বিহাৰৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীক সহায় কৰিছে কোনে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 24, 2022 6:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা গৰুৰ চোৰাং তথা অবৈধ সৰবৰাহ বন্ধ কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে নাগৰিক সুৰক্ষা মঞ্চ, অসমে ৷ এই দাবী জনাই নাগৰিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে স্মাৰক পত্ৰখনত গৰুৰ অবৈধ সৰবৰাহ বা আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ বন্ধ কৰাৰ বাবে ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে গো-সুৰক্ষা আইন সংশোধন কৰি গৰুৰ চোৰাং কাৰবাৰ বা অবৈধ সৰবৰাহৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ এই সিদ্ধান্তক নাগৰিক সুৰক্ষা মঞ্চ, অসমে আদৰণি জনাইছে বুলি উল্লেখ কৰিছে ৷

Apply Now

ইয়াৰ পিচতে অসম আৰক্ষীৰ তৎপৰতাত প্রায় প্রতিদিনে গৰুৰ চোৰাং ব্যৱসায়ী বা সৰবৰাহকাৰী ধৰা পৰা পৰিলক্ষিত হৈছে । সেইদৰে যোৱা ১৯ এপ্রিলত কোকৰাঝাৰত উত্তৰ প্ৰদেশৰ ২ দুধর্ষ গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ী অসম আৰক্ষীৰ গুলিত নিহত হৈছে ৷ এনে সফলতাৰ বাবে নাগৰিক সুৰক্ষা মঞ্চ, অসমে অসম আৰক্ষীক ধন্যবাদ জনাইছে। কিন্তু ইয়াৰ বিপৰীতে একে কায়দাৰে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাৰ্যালয়ৰ ওচৰতে বিহাৰৰ পৰা আহি জনৈক মহম্মদ চান্দ নামৰ এজন আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে অসম মেঘালয় সীমান্তৰ বৰ্ণিহাটৰ এক নির্দিষ্ট স্থানত চোৰাংকৈ গৰু সৰবৰাহ কৰি মজুত কৰি পিছত মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চালান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

এই কামত অসমৰ বৰপেটা জিলাৰ  ৰহমান আৰু বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ জনৈক  ইছলাম উপাধিৰ দুজন গো-ব্যৱসায়ীয়ে সহায় কৰি অহা বুলিও স্মাৰক পত্ৰখনত অভিযোগ উত্থাপন কৰিছে ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অসম চৰকাৰক গৰুৰ অবৈধ চোৰাং সৰবৰাহ বন্ধ কৰাৰ বাবে নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীয়ে দাবী জনাইছে ৷

মুখ্যমন্ত্ৰীলৈ ই-মেইলযোগে স্মাৰক পত্ৰখন প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰৰ প্রতিলিপি অসম আৰক্ষীৰ সঞ্চালক প্রধানলৈও প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন শাসকীয় চৰকাৰৰ দিনত ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি থকা গৰুৰ অবৈধ বেহা তথা চিণ্ডিকেট বন্ধ হ’ব বুলি ৰাজ্যবাসীয়ে আশা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত কিন্তু সেয়া হৈ উঠা নাই ৷

বৰ্তমানো ৰাজ্যখনত চলি আছে গৰুৰ চোৰাং বেহা তথা চিণ্ডিকেট ৷ নামনি অসমৰ কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও জিলাৰ মাজেৰেও গৰুৰ চোৰাং সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে বিভিন্ন পক্ষৰ সহযোগিতাত ৷ চলি আছে গৰুৰ সৰবৰাহকলৈ চিণ্ডিকেট ৷

বিভিন্ন পক্ষক মেনেজ কৰি চলি আহিছে অবৈধ বেহা ৷ মাজে সময়তে গৰু সৰবৰাহ কৰা বাহন দুৰ্ঘটনাত পতিত হলেই ওলাই পৰে প্ৰমাণ ৷ সেইদৰে ৰাজ্যখনত ব্ৰয়লাৰ মুৰ্গীৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট , গাহৰিৰ চিণ্ডিকেট আদিও চলি থকাৰ অভিযোগো উত্থাপিত হৈ আহিছে ৷

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd