• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিদ পৰিস্থিতিৰ অৱসান ঘটিলেই কাৰ্যকৰী হ’ব CAA: বংগত হুংকাৰ অমিত শ্বাহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2022 8:42 pm
Amit Shah on CAA
879
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন (CAA) এক বাস্তৱিক আইন আৰু ক’ভিদ পৰিস্থিতিৰ অৱসান ঘটাৰ লগে লগে ইয়াক কাৰ্যকৰী কৰা হ’ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বংগত বিতৰ্কিত নাগৰিকত্ব আইন সন্দৰ্ভত এই হুংকাৰ প্ৰদান কৰিছে।

উত্তৰ বংগৰ শিলিগুৰিত এখন ৰাজহুৱা সভা সম্বোধন কৰি অমিত শ্বাহে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব আইন বলবৎ নহয় বুলি মন্তব্য কৰি উৰাবাতৰি বিয়পাইছে বুলি অভিযোগ কৰে।

“মই স্পষ্ট কৰিব বিচাৰো যে তৃণমূল কংগ্ৰেছে CAA কাৰ্যকৰী নহ’ব বুলি উৰাবাতৰি বিয়পাই আছে। মই ক’ব বিচাৰো যে ক’ভিদ ঢৌ শেষ হোৱাৰ লগে লগে আমি দেশত CAA কাৰ্যকৰী কৰিম।” অমিত শ্বাহে কয়।

CAA বলৱৎ কৰাৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছে কোনো বাধা প্ৰদান কৰিব নোৱাৰে বুলিও গৃহমন্ত্ৰী শ্বাহে একপ্ৰকাৰ প্ৰত্যাহ্বান জনায়।

উল্লেখ্য যে ২০১৯ চনৰ শেষৰ ফালে আৰু ২০২০ চনৰ আৰম্ভণিতে দেশৰ বহু প্ৰান্ততে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল।

CAA ৰ বিৰুদ্ধে অসমতো এক তীব্ৰ জনজাগৰণৰ সৃষ্টি হৈছিল। CAA বিৰোধী প্ৰতিবাদী আন্দোলনত সেনা বাহিনীৰ গুলীত নিহত হৈছিল ৫ জনকৈ অসমীয়া যুৱক।

কেৱল এইবাৰেই নহয়, গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাবাৰো ৰাজহুৱাকৈ CAA শীঘ্ৰেই বলৱৎ কৰা হ’ব বুলি হুংকাৰ দি আহিছে।

হিন্দুত্ববাদৰ ৰাজনীতিৰে দেশৰ মছনদ দখল কৰা বিজেপিয়ে CAA ৰ কাৰ্যকৰীতা নিজৰ অন্যতম নিৰ্বাচনী ইচ্ছ্যু হিচাপে প্ৰকাশ কৰিছিল।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd