• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰত তুমুল সংঘৰ্ষত নিহত হিজবুলৰ শীৰ্ষ কমাণ্ডাৰকে ধৰি ৩ সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2022 6:00 pm
প্রতিনিধিত্বমূলক ফাইল ফটো।

প্রতিনিধিত্বমূলক ফাইল ফটো।

232
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা তুমুল গুলীয়াগুলীত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে।নিহতৰ ভিতৰত হিজবুল মুজাহিদিনৰ শীৰ্ষ কমাণ্ডাৰ মহম্মদ আশ্ৰফ খান ওৰফে আশ্ৰফ মৌলবীও আছে। সংঘৰ্ষস্থলীৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, শুকুৰবাৰে অনন্তনাগ জিলাৰ পহেলগাঁওত হোৱা সংঘৰ্ষত পাকিস্তানৰ সমৰ্থপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষ কমাণ্ডাৰ আশ্ৰফ মৌলবীকে ধৰি তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে ।

উপত্যকাটোত হিজবুলৰ দুৰ্ধৰ্ষ কামকাজ চলোৱা আশ্ৰফ মৌলবী নিৰাপত্তাৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল। কোকেৰনাগৰ বাসিন্দা আশ্ৰফে ২০১৩চনত হিজবুলত যোগদান কৰিছিল। সেনাবাহিনীৰ ওপৰত আক্ৰমণকে ধৰি বহু হত্যাৰ ঘটনাৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদীজন।

লগতে পঢ়ক: বিজেপি নেতাক গ্ৰেপ্তাৰ; পঞ্জাৱ আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তুলি দিল্লী আৰক্ষীৰ এজাহাৰ!

উল্লেখ্য যে যোৱা এপ্ৰিলত এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ইউছুফ কান্তৰোকে ধৰি দুজন সন্ত্ৰাসবাদী। তাৰ পূৰ্বে কেন্দ্ৰীয় শাসিত চোপিয়ান জিলাৰ দবগামত নিৰাপত্তাৰক্ষীৰ গুলীত কমেও ৪জন সন্ত্ৰাসবাদী নিহত হৈছিল। সেই ঘটনাত দুজন সেনা জোৱানেও প্ৰাণ হেৰুৱাইছিল।      

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd