• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেট্ৰ’ল-ডিজেলৰ দাম চৰা, সেয়ে বিয়া কৰাবলৈ ম’হৰ গাড়ীতে উঠি আহিল দৰা!

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
May 13, 2022 9:51 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

119
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল-ডিজেলৰ মহঙা দামৰ দিনত এইবাৰ দৰা ওলাল ম’হৰ গাড়ীত উঠি কইনা আনিবলৈ। অতীত পৰম্পৰাক মনত পেলাই মূল্যবৃদ্ধিৰ নীৰৱ প্ৰতিবাদেৰে জীৱন আৰম্ভ কৰাৰ বাবে আগবাঢ়িল এইগৰাকী যুৱক।

আয়তীৰ উৰুলি, মংগল ধ্বনিৰ লগতে সমনীয়াৰ আনন্দ-উল্লাসত কলিয়াবৰৰ বৰভগীয়া গাঁৱৰ সমৰজিত বৰাই কন্যা আনিবলৈ গ’ল ম’হৰ গাড়ীত।

মাহ-হালধিৰে নোৱাই ধুৱাই দৰাৰ লগতে দৰাৰ সখীও ম’হৰ গাড়ীত কইনা আনিবলৈ গ’ল। বেণ্ড পাৰ্টিৰ চেওত, আতচবাজীৰ শব্দত মুহূৰ্ততে স্মৃতিকাতৰ হৈ পৰিল উপস্থিত বহুজন।

ফটো: নৰ্থইষ্ট নাও।

এইদৰেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে অতীতৰ পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিলে কলিয়াবৰৰ বৰভগীয়া গাঁৱৰ যুৱকসকলে। যুৱকসকলৰ এনে প্ৰচেষ্টাৰ সকলোৱে শলাগ ল’লে ।

Recent News

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd