• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানত বিধ্বস্ত তামুলপুৰ জিলা; বাল্টি নৈৰ বাঢ়নি পানীয়ে ছিঙি পেলালে লাউপাৰা-বাৰিমাখা পথ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 15, 2022 8:43 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

128
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত প্লাবিত হৈছে তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চল।

বাল্টি নৈৰ বাঢ়নি পানীয়ে ঘিলাঝাৰ, ভালুকমাৰী আদি গাঁও প্লাবিত কৰাৰ ফলত গাঁও দুখন যথেষ্ট ক্ষতিৰ সম্মুখীন হয়।

লগতে পঢ়ক: শিল্প-সংস্কৃতিতো চৰকাৰৰ স্বজন-তোষণ! প্ৰযোজক-পৰিচালকক উৎসাহ যোগোৱাত কৃপণালি কিয়?

বাঢ়নি পানীৰ ফলত কেইবাটাও পৰিয়ালৰ সা-সম্পত্তি পানীত নষ্ট হয়। ইপিনে বাল্টি নদীৰ পানীয়ে লাউপাৰা-বাৰিমখা গাঁও সংযোগী পথচোৱা ছিঙি পেলোৱাত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, দৰঙা নৈৰ বাঢ়নি পানীয়ে হাতীডুবা কৃষি বান্ধটো ছিঙি পেলায়।

সেইদৰে, বাল্টি নৈ আৰু মটঙা নৈৰ পানী বৃদ্ধি পোৱাত আৰু নৈৰ ওপৰত দলং নথকাত কাউলি অঞ্চলৰ ৰাইজৰ বাহিৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

Recent News

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ঘোষিত বিদেশীক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ গোচৰত জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পাকিস্তানত প্ৰশিক্ষণ লৈ চোৰাংচোৱাগিৰি, ISI লৈ ভাৰতৰ গোপন তথ্য সৰবৰাহ; গ্ৰেপ্তাৰ কাছিম!

পাকিস্তানত প্ৰশিক্ষণ লৈ চোৰাংচোৱাগিৰি, ISI লৈ ভাৰতৰ গোপন তথ্য সৰবৰাহ; গ্ৰেপ্তাৰ কাছিম!

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd