• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

আইনৰ প্ৰতি ভয়হীনতা আৰু মূল্যবোধৰ অৱক্ষয়ে মানুহৰ মাজত কু-আচৰণ আৰু অসততাৰ জন্ম দিছে : উপ-ৰাষ্ট্ৰপতি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2018 5:45 pm
IIM_Shillong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

আইনৰ প্ৰতি ভয়হীনতা আৰু মূল্যবোধৰ অৱক্ষয়ে মানুহৰ মাজত কু-আচৰণ আৰু অসততাৰ জন্ম দিছে। এই মত ব্যক্ত কৰিছে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। আজি শ্বিলং আই আই এমৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকি উপৰাষ্ট্ৰপতিজনে এইদৰে নিজৰ মত দাঙি ধৰে। আজিৰ অনুষ্ঠানটোত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক তেওঁ শক্তিশালী চৰিত্ৰ আৰু আপোচহীন সততা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে।

Apply Now

তেওঁ কয় যে সাধুতা, সততা, বিশ্বাসযোগ্যতা ধৰি ৰখা অতি দৰকাৰী।

আজিৰ সমাৱৰ্তন অনুষ্ঠানটোত মুঠ ১৭২জন ছাত্ৰ-ছাত্ৰীক মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্ল’মা প্ৰগ্ৰাম (PGDM) আৰু PGPEx- MBIC (Post Graduate Program for Executives – Managing Business in India and China) ৰ ৩০ জন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

উপাৰাষ্ট্ৰপতিজনে লগতে কয় যে ঔদ্যোগিক নীতি উলংঘন কৰিব নালাগে। তেওঁ মহাত্মা গান্ধীয়ে উল্লেখ কৰা সাতটা পাপৰ কথা ছাত্ৰ-ছাত্ৰীসকলক সোঁৱৰাই দিয়ে। সাতটা পাপৰ বিষয়ে তেওঁ কয়- কৰ্ম অবিহনে সম্পদ (wealth without work), বিবেচনাহীন আনন্দ (pleasure without conscience), চৰিত্ৰহীন জ্ঞান (knowledge without character), নৈতিকতাহীন ব্যৱসায় (commerce without morality), মানৱতাহীন বিজ্ঞান (science without humanity), ত্যাগবিহীন ধৰ্ম (religion without sacrifice) আৰু নীতিবিহীন ৰাজনীতি (politics without principle) এইকেইটা মহাত্মা গান্ধীয়ে কৈ যোৱা সাতটা পাপ।

উপৰাষ্ট্ৰপতিজনে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষতৰ কেৰিয়াৰত আগুৱাই যাওঁতে নৈতিক মূল্যবোধ আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। “কেতিয়াও নাপাহৰিবা যে তোমালোকে কেৱল তোমালোকৰ সংস্থাটোৰ মানুহৰ ওপৰতহে প্ৰভাৱ পেলাবা। তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ ওপৰতো প্ৰভাৱ পেলাবা।”

IIM_Shillong_2

আধুনিক বস্তুবাদী আৰু ভোগবাদী পৃথিৱীত ক্ৰমে ক্ৰমে মানুহৰ প্ৰতি মানুহৰ কৃতজ্ঞতাবোধ আৰু সহমৰ্মিতা কমি অহা দেখা গৈছে।

“উৎপাদিত সামগ্ৰীৰ গুণগত মান, দক্ষতাপূৰ্ণ সেৱা আৰু নীতিসন্মত ব্যৱসায় হ’ল বিশ্বজনীন পণ্যচিহ্নৰ মূল কথা। তোমালোকৰ দ্বাৰা ল’ব লগীয়া প্ৰতিটো সিদ্ধান্তই এই গুণবোৰৰ স্বাক্ষৰ বহন কৰিব লাগিব।” তেওঁ কয়।

উপৰাষ্ট্ৰপতিজনে লগতে কয় যে শিক্ষা কেৱল নিয়োগৰ বাবে নহয়। লগতে জ্ঞান আৰু সবলীকৰণৰ বাবেও। তেওঁ আই আই এমৰ দৰে মেনেজমেণ্ট প্ৰতিষ্ঠানবোৰক গৱেষণা পত্ৰ প্ৰকাশ কৰাত গুৰুত্ব দিবলৈ কয়।

আজিৰ অনুষ্ঠানটোত উপৰাষ্ট্ৰপতিৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদ, ৰাজ্যখনৰ গৃহ মন্ত্ৰী জেইমছ কে চাংমা আৰু অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd