• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক ডিব্ৰুগড়-ৰঙাগড়া-তিনিচুকীয়া পথৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2018 7:20 pm
IMG-20180415-WA0013
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ডিব্ৰুগড় জিলাৰ দিনজানত উপস্থিত হৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক ডিব্ৰুগড়-ৰঙাগড়া-তিনিচুকীয়াৰ ৩.৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত দিনজান সেনা শিৱিৰৰ মাজেদি যোৱা এই ঐতিহাসিক পথটোৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ গ্ৰামাঞ্চলত ‘প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ অধীনত ২০১৯ চনৰ মে মাহৰ ভিতৰত সৰ্বমুঠ ৮০০০ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে।

Apply Now

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু ব্ৰহ্মপুত্ৰ-বৰাককে ধৰি ইয়াৰ সকলো অঞ্চলৰে যাতায়ত ব্যৱস্থা সূচল কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। তাৰোপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ আৰু অধিক উন্নয়ন হ’ব বুলি সোণোৱালে উল্লেখ কৰে।

একেদৰে ৰাজ্যখনৰ চাহ বাগান এলেকাসমূহৰ চাহ শ্ৰমিকসকলৰ উন্নত চিকিৎসা সেৱা প্ৰদানৰ দিশটোৰ ওপৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত সোণোৱালে কয় যে চাহ শ্ৰমিক সম্প্ৰদায়ৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ছমাহৰ বাবে প্ৰতিমাহে দুহেজাৰকৈ টকাকৈ আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে বিমুদ্ৰাকৰণৰ সময়ত ৰাজ্যখনত মুঠ ৮ লাখ চাহ শ্ৰমিকে বেংক একাউণ্ট খুলিছে। সেয়ে আমাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু আগন্তুক সময়তো যিসকল শ্ৰমিকে বেংকৰ জৰিয়তে লেন-দেন অব্যাহত ৰাখে তেওঁলোক আৰু ২৫০০ টকাকৈ ধন মোকলাই দিয়া হ’ব বুলিও সোণোৱালে উল্লেখ কৰে।

উল্লেখ্য যে ২৫৪.০৬ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া উক্ত পথছোৱাৰ আধাৰশিলা অনুষ্ঠানত ডিব্ৰুগড়, লাহোৱাল আৰু দুলীয়াজানৰ বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, তেৰছ গোৱাল, সোণেওৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd