• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2022 7:28 am
264
VIEWS
Share on FacebookShare on Twitter

আইপিএলৰ পিছতে টীম ইণ্ডিয়াই দেশৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫ খন খেলৰ এক টী-২০ শৃংখলা খেলিব। ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে দেওবাৰে শৃংখলাটোৰ বাবে দল ঘোষণা কৰে। লোকেশ ৰাহুলৰ নেতৃত্বত উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙে ভাৰতৰ টি-২০ দলত স্থান লাভ কৰিছে। আইপিএলত দাঙি ধৰা প্ৰদৰ্শনেৰে টি-২০ দললৈ উভতি আহিছে দীনেশ কাৰ্তিকো।

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টী-২০ শৃংখলাত জিৰণি দিয়া হৈছে। যশপ্ৰীত বুমৰাহকো জিৰণি ল’বলৈ দিয়া হৈছে। ঋষভ পন্ত শৃংখলাটোত উপ-অধিনায়ক হ’ব।

যদিও পৰিচিত ফৰ্মত নাই তথাপি ঈশান কিষাণক বিশেষজ্ঞ বেটছমেন হিচাপে সুযোগ দিয়া হৈছে। ঋতুৰাজ গাইকোৱাড আৰু ভেঙ্কটেশ আয়াৰে স্থান লাভ কৰিছে। হাৰ্ডিক পাণ্ডিয়াকো টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছেছে। দীপক হুডাই নিজৰ স্থান ধৰি ৰাখিবলৈ সক্ষম হৈছে।

ভুৱনেশ্বৰ কুমাৰৰ বাহিৰে ভাৰতৰ পেচ বলিং লাইন-আপ কিছু অনভিজ্ঞ যেন দেখা গৈছে। উমৰান আৰু অৰ্শদ্বীপৰ উপৰিও হৰ্ষল পেটেল আৰু আবেশ খানে স্থান লাভ কৰিছে। ঘৰুৱা ক্ৰিকেটত অভিজ্ঞ হ’লেও হৰ্ষল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নৱাগত। মহম্মদ ছামীৰ বাবে দলত স্থান নহ’ল।

T20I Squad – KL Rahul (Capt), Ruturaj Gaikwad, Ishan Kishan, Deepak Hooda, Shreyas Iyer, Rishabh Pant(VC) (wk),Dinesh Karthik (wk), Hardik Pandya, Venkatesh Iyer, Y Chahal, Kuldeep Yadav, Axar Patel, R Bishnoi, Bhuvneshwar, Harshal Patel, Avesh Khan, Arshdeep Singh, Umran Malik

— BCCI (@BCCI) May 22, 2022

ভাৰতৰ স্পিন বলিং আক্ৰমণ তুলনামূলকভাৱে ভালেই দেখা গৈছে। অশ্বিনে দলত স্থান নাপালেও যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু ৰবি বিষ্ণোই দলত অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ টি-২০ দলটো: লোকেশ ৰাহুল (অধিনায়ক), ঋতুৰাজ গাইকোৱাড, ঈশান কিষাণ, দীপক হুডা, শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত (উইকেটকীপাৰ আৰু উপ-অধিনায়ক), দীনেশ কাৰ্তিক (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, আবেশ খান, অৰ্শদ্বীপ সিং আৰু উমৰান মালিক।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd