• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

কেনেকৈ কি কৌশলৰে দিছপুৰ কলেজৰ ধন হৰলুকি কৰিছিল দুৰ্বৃত্তই? সৱিশেষ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 28, 2022 3:21 pm
185
VIEWS
Share on FacebookShare on Twitter

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে বৰোডা বেংক কর্তৃপক্ষই। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই।

পূৰ্বেও ৭ মে’ৰ দিনা বৰোডা বেংক কৰ্তৃপক্ষই ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ঘূৰাই নিদিয়াত পুনৰ বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰে বেংক অব বৰোডাৰ শাখা মুখ্য প্ৰবন্ধক আৰু দুগৰাকী মহিলা কৰ্মচাৰীক।

আৰক্ষীৰ সোধা-পোছাৰ অন্তত অহা ৩০জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে বেংক কৰ্তৃপক্ষই। সোধা- পোছাৰ অন্তত নিশাই যাবলৈ দিয়া হয় বেংক অফ বৰোদাৰ মুখ্য শাখা প্ৰবন্ধক আৰু দুই মহিলা কৰ্মচাৰীক।

আনহাতে BSNLত কৰ্মৰত দুই কৰ্মচাৰীকো থানালৈ মতাই আনি নিশাই যাবলৈ দিয়া হয়। আৰক্ষীয়ে বিচাৰিলে যিকোনো মুহূৰ্তত BSNLৰ দুই কৰ্মচাৰী হাজিৰ হব লাগিব দিছপুৰ থানাত।

অধ্যক্ষৰ ভুৱা ফটো আৰু পৰিচয় পত্ৰ দি উলিয়াইছিল ছিম কাৰ্ড।  কলেজৰ অধ্যক্ষৰ মোবাইল নম্বৰতে আন এখন ছিম উলিয়াই দিছিল BSNLৰ দুই কৰ্মচাৰীয়ে।

সেই ছিমৰ জৰিয়তেই দুৰ্বৃত্তই বেংক কৰ্তৃপক্ষৰে যোগাযোগ কৰিছিল আৰু ভুলবশতঃ বেংকৰ কৰ্মচাৰী দুগৰাকীয়ে ৭৬ লাখৰ চেকখন গ্ৰহণ কৰি একাউন্টত ধন ভৰাই দিছিল।

যোৱা ২১ এপ্ৰিলৰ বিয়লি প্ৰায় ১:৫৪ বজাত চেকখনৰ ধন জমা হোৱা দেখুওৱা হৈছিল।  যোৱা ১৯ এপ্ৰিলত বেংক অৱ বৰোডাৰ দিছপুৰ শাখাই ষ্টেট বেংকলৈ ওভটাই পঠিওৱা চেকৰ নম্বৰৰ সৈতে ৭৬ লাখ টকাৰ চেকৰ নম্বৰো একেই আৰু স্বাক্ষৰৰো মিল আছে।

আৰক্ষী সুত্ৰই জনোৱা অনুসৰি ধনখিনি কলকাতা, মুম্বাই আদিৰ বিভিন্ন একাউন্টত সোমাইছে।

Recent News

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd