• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সিদ্ধু মুছেৱালা হত্যাকাণ্ড: হত্যাত জড়িত বাহনৰ সন্ধান লাভ পঞ্জাৱ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2022 10:45 am
Sidhu Moose Wala murder
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাঞ্ল্য সৃষ্টিকাৰী পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত জড়িত বাহনৰ সন্ধান লাভ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। গায়কজনৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰি থকা মানছা আৰক্ষী অধীক্ষকৰ (এছএছপি) তত্বাৱধানত গঠিত বিশেষ অনুসন্ধান দলে হত্যাকাণ্ডত ব্যৱহৃত বাহনসমূহ উদ্ধাৰ কৰিছে বুলি জানিবলৈ দিছে।

এছআইটিৰ নেতৃত্ব বহন কৰা মানছাৰ এছএছপি গৌৰৱ তুৰাই জানিবলৈ দিয়া মতে গায়কজনৰ হত্যাৰ সন্দৰ্ভত আৰক্ষীয়ে বিভিন্ন দিশৰ তদন্ত কৰি আছে আৰু এইপৰ্যন্ত দলটোৱে যথেষ্ট তথ্য লাভ কৰিছে।

Apply Now

উল্লেখ্য যে পঞ্জাৱ চৰকাৰে ৰাজ্যকনৰ ভিআইপি সকলৰ নিৰাপত্তা কৰ্মী প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে দেওবাৰে পঞ্জাৱৰ মানচা জিলাৰ জাৱাহাৰকে গাঁৱত অচিনাক্ত আক্ৰমণকাৰীয়ে সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰে।

ঘটনা সন্দৰ্ভত অনুসন্ধানৰ অগ্ৰগতি সম্পৰ্কে সাংবাদিকৰ আগত মানছাৰ এছএছপি গৰাকীয়ে কয়, “মোৰ তত্বাৱধানত এটা এছআইটি দল গঠন কৰা হৈছে। আমি বিভিন্ন দিশৰ পৰা গোচৰটোৰ তদন্ত কৰি আছো। আমি অপৰাধটোত ব্যৱহৃত গাড়ীবোৰ উদ্ধাৰ কৰিছো। আমি বিভিন্ন তথ্য লাভ কৰিছো। আমি আশাবাদী যে অভিযুক্তক সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।”

আনহাতে ঘটনাটোৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা দুজন ব্যক্তি বৰ্তমান সুস্থিৰ আৰু বিপদমুক্ত বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ গোটে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

কানাডাস্থিত গোল্ডি ব্ৰাৰে হত্যাৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত দিল্লী আৰক্ষীৰ বিশেষ চেলে সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰৰ সন্দৰ্ভত তিহাৰ কাৰাগাৰত থকা লৰেন্স বিষ্ণৈক সোধা-পোছা আৰম্ভ কৰিছে। ব্ৰাৰ বিষ্ণৈইৰ এজন ঘনিষ্ঠ সহায়ক বুলি ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে সোমবাৰে মুছেৱালাৰ হত্যাকাণ্ড সন্দৰ্ভত ডেৰাডুনৰ পেলিয়ন আৰক্ষী চকী অঞ্চলৰ পৰা ছয়জন লোকক আটক কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd