• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নাও আৰু কাঠুৱাৰ ধৰ্ষণকাণ্ডৰ প্ৰতিবাদত অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ ‘ক’লা দিৱস’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2018 8:44 pm
121
VIEWS
Share on FacebookShare on Twitter

উন্নাও আৰু কাঠুৱাত সংঘটিত ধৰ্ষণকাণ্ড তথা মহিলাৰ ওপৰত বৰ্ধিত অপৰাধৰ প্ৰতিবাদত সমগ্ৰ দেশজুৰি কংগ্ৰেছে পালন কৰা ‘ক’লা দিৱস’ৰ অংশ হিচাপে আজি গুৱাহাটীস্থিত ৰাজীৱ ভবনত অসম মহিলা প্ৰদেশ কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে।

তেওঁলোকে অভিযোগ কৰে যে, দেশ তথা ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা দৈনিক বৃদ্ধি পাই অহাৰ পিছতো বিজেপি চৰকাৰে এই ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে।

চৰকাৰৰ এই নিৰ্লিপ্ততাৰ বিৰুদ্ধে মহিলা প্ৰতিবাদকাৰীসকলে হাতে হাতে মোদী চৰকাৰ বিৰোধী প্লে কাৰ্ড লৈ উলিওৱা প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীক ফাঁচি দিয়ক, বিজেপি নেতাসকলৰ পৰা মহিলাসকলক বচাওক, বিজেপি নেত্ৰী স্মৃতি ইৰাণী এতিয়া ক’ত গ’ল? ইত্যাদি শ্ল’গান দিয়ে।

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি অসম মহিলা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্বেহনাজ ইয়াছমিন হকে কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা অসমত মহিলাৰ ওপৰত হত্যা, ধৰ্ষণ ইত্যাদিৰ মাত্ৰা বৃদ্ধি পাইছে।

ইয়াৰোপৰি তেওঁ মোদী চৰকাৰৰ ‘বেটী বচাও বেটী পঢ়াও’ অভিযানক সম্পূৰ্ণৰূপে অৰ্থহীন আখ্যা দি কয়, ‘বিজেপিৰ নেতা ধৰ্ষণকাণ্ডৰ সৈতে জড়িত হোৱাৰ পিছতো নৰেন্দ্ৰ মোদীয়ে বৰ্তমানলৈকে মৌনতা অবলম্বন কৰি আছে। ধৰ্ষণকাৰীৰ পৰা বেটীসকল বাচিলেহে আমি বেটীক পঢ়াব পাৰিম। গতিকে আপুনি প্ৰকৃতাৰ্থত বেটীক বচাওক, নহ’লে শাসনভাৰৰ পৰা সোনকালে আঁতৰি যাওক।’

প্ৰতিবাদকাৰীসকলে উন্নাও আৰু কাঠুৱাত সংঘটিত হোৱা ধৰ্ষণৰ চি বি আই তদন্ত দাবী কৰাৰ লগতে ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ বাবেও মোদী চৰকাৰক দাবী জনায়।

Recent News

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

জম্মুৰ সমীপত পাক সেনাৰ শিবিৰ আৰু সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতে

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd