• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ আটাইতকৈ ডাঙৰ অপপ্ৰচাৰকাৰী হৈছে আমেৰিকা; দাবী চীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2022 6:51 pm
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ অন্যতম মুখপাত্ৰ ঝাও লিজিয়ান।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ অন্যতম মুখপাত্ৰ ঝাও লিজিয়ান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে কৈছে যে আমেৰিকাই বিকৃত তথ্য প্ৰচাৰ কৰা আৰু ইয়াৰ মিছাৰ সাম্ৰাজ্যকলৈ কৰা গৌৰৱ বন্ধ কৰা উচিত। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ অন্যতম মুখপাত্ৰ ঝাও লিজিয়ানে বুধবাৰে ৰাজধানী বেইজিঙত এখন নিয়মীয়া সংবাদ মেলত এইদৰে কয়।

তেওঁ কয়, “তেওঁলোকে ভুল তথ্যৰ ওপৰত গঢ় লৈ উঠা সাম্ৰাজ্যখনক বাধা দিয়া উচিত কিয়নো এইটো সকলোৱে জানে যে আমেৰিকাৰ চৰকাৰ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ অপপ্ৰচাৰকাৰী তথা মিছলীয়া চৰকাৰ।‘’

ঝাও লিজিয়ানে লগতে কয়, “আমেৰিকাৰ ৰাজনীতিবিদসকলে সম্পূৰ্ণ মিছা তথ্য প্ৰচাৰ কৰে, কিন্তু এই ভুল আৰু মিছা তথ্যৰ বাবে জীৱন দিবলগীয়া হয় আমেৰিকাৰ সাধাৰণ লোকসকলে।‘’

Apply Now

লগতে পঢ়ক: Mahima Chaudhry স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত মহিমা চৌধুৰী; ছবি শ্বেয়াৰ কৰি অনুপম খেৰে জনালে আন বহু কথা

ঝাও লিজিয়ানে আমেৰিকাৰ মিছা তথ্যৰ উদাহৰণ হিচাপে ইৰাক যুদ্ধৰ কথা উল্লেখ কৰে। তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই তেতিয়া টিউবত বগা পাউডাৰ দেখুৱাই জনসাধাৰণক বিপথে পৰিচালিত কৰিছিল যে ই এক গণধ্বংসী অস্ত্ৰ আৰু ইয়াৰ অজুহাততে ইৰাকত আক্ৰমণ চলাইছিল যাৰফলত কমেও ২,৫০,০০০ ইৰাকী নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

চিৰিয়াৰ সৈন্যৰ ৰাসায়নিক আক্ৰমণ সম্পৰ্কে তথাকথিত হোৱাইট হেলমেটৰ দ্বাৰা প্ৰচাৰিত ভিডিঅ’সমূহৰ কথা উল্লেখ কৰি লিজিয়ানে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে ভুৱা তথ্য প্ৰচাৰ কৰি চিৰিয়াৰ ভিতৰত অতি পৰিকল্পিতভাৱে বিমান আক্ৰমণ চলাই কমেও ১,৬০০ জন নাগৰিকক হত্যা কৰিছে। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে এতিয়াও সেই আক্ৰমণটো ন্যায়সংগত বুলি দাবী কৰে।

লগতে পঢ়ক: পি-পি-ই কিট,ছেনিটাইজাৰ কেলেংকাৰী; মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?-অজিত কুমাৰ ভূঞা

চীনা মুখপাত্ৰজনে কয় যে আমেৰিকাই কৰোনাভাইৰাছ আৰু ইয়াৰ উৎপত্তি আৰু বিস্তাৰৰ বিষয়েও মিছা তথ্য প্ৰদান কৰিছে। ঝাও লিজিয়ানে মন্তব্য কৰে যে এই মিছা তথ্যৰ প্ৰচাৰৰ বাবেই বিশ্বজুৰি আমেৰিকাৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতা হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd