• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূৰ্বাঞ্চলক মৎস্য পালন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ

সভাপতি চামম by সভাপতি চামম
April 18, 2018 9:54 pm
vankayanaidu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভ্ৰমণত  অহা ভাৰতৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে অঞ্চলটোৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক মৎস পালন কৰাৰ বাবে আহ্বান জনাইছে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰিছে যে উত্তৰ পূৰ্বাঞ্চললৈ অন্ধ্ৰৰ পৰা মাছ আমদানি কৰা হয়। যথেষ্ট পানী থকা  অঞ্চলটোত যদিহে মৎসপালন কৰা যায় তেন্তে ইয়াৰ পৰা অঞ্চলটো যথেষ্ট উপকৃত হ’ব বুলি তেওঁ প্ৰকাশ কৰিছে।  এই সন্দৰ্ভত তেওঁ অসমৰ মুখ্য মন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতে কথা পতা বুলিও প্ৰকাশ কৰিছে।

Apply Now

তেওঁ আৰু কৈছে যে সমস্যা চিনাক্ত কৰিব নালাগে সেয়া প্ৰত্যেকেই জানে, যুক্তি দৰ্শাব নালাগে সেয়া প্ৰত্যেকৰে বাবে নহয়, আমাক লাগে সমস্যাৰ সমাধান। গৱেষক সম্প্ৰদায়ে  খাদ্যশস্য উৎপদনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ একেলগ কৰিবলৈ প্ৰযোজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি তেওঁ কয়।

অসম আৰু মেঘালয় ভ্ৰমণলৈ অহা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ইম্ফলস্থিত চিটি কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত ‘জৈব বৈচিত্ৰ আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে বহনক্ষম কৃষি’ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ  দিনজোৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ভাষণ দি এইদৰে কয়। এই কৰ্মশালাটোৰ আয়োজন কৰিছিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ে।

উপ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ৪০ মিনিটজোৰা ভাষণত সফল আৰু বহনক্ষম কৃষিৰ বাবে আলোচনা, আবিস্কাৰ, বিতৰণ আৰু বিকাশৰ সূত্ৰ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

ৰাজ্যপাল নাজমা হেপতুল্লাই তেওঁৰ ভাষণত কয় যে বতৰৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হোৱা বাবে মণিপুৰৰ কৃষি সন্তোষজনক নহয়।

তেওঁ আৰু কয় যে ভাৰত চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ বাবে ২০১৬-১৭ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰাটো সময় সাপেক্ষ হৈছে।

পূৰ্বে কৃষি মন্ত্ৰী ভি হাংখালিয়ানে কৰ্মশালাখন উদ্বোধন কৰিছিল আৰু ইয়াৰ দুয়া কাৰিকৰী বৰ্ষ আছিল।  কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক  এম প্ৰেমজিৎ, মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডব্লিউ বিশ্বনাথ, জৈৱ সম্পদ আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠানৰ (institute of bio-resources and sustainable development) সঞ্চালক অধ্যাপক দীনবন্ধু ছাহু আৰু আই চি এ আৰৰ ড০ আই মেঘচন্দ্ৰ আদিয়ে কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ লক্ষ্যত উপনীত হোৱাৰ বিভিন্ন দিশ আৰু কৌশলৰ ওপৰত ভাষণ প্ৰদান কৰিব।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd