• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গৰম কৰি ৰখাৰ সময়তে Radisson Blue ত চাংমা?

মহাৰাষ্ট্ৰৰ বিধায়কক সাক্ষাৎ কৰিলে নেকি মুখ্যমন্ত্ৰী চাংমাই?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 23, 2022 6:50 pm
178
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আজি আহি উপস্থিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। অৱশ্যে খানা খাবলৈ অহা বুলিহে মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

কিন্তু হোটেলখনত বাহৰ পাতি থকা শিৱসেনাৰ বিধায়কসকলৰ সৈতে চাহমেলৰ অচিলাৰে আলোচনাত মিলিত হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

প্ৰায় ৪৫ মিনিট সময় ৰেডিশ্যনত থাকে কনৰাড চাংমা।

উল্লেখযোগ্য যে বুধবাৰে নিশা প্ৰায় ৯.২০ বজাত পূৰ্বৰ বিধায়কৰ সৈতে যোগ দিয়ে আন চাৰি শিৱসেনাৰ বিধায়কে।

গুজৰাট বিজেপিৰ অধ্যক্ষ চন্দ্ৰকান্ত ৰঘুনাথ পাটিলৰ সৈতে আহিছিল এই চাৰি বিধায়ক। বৃহস্পতিবাৰে পুৱাৰ ভাগত আহি বিসম্বাদী গোটত যোগ দিছে আন তিনি বিধায়কে।

পূৰ্বতে অহা মুঠ বিধায়কৰ সংখ্যা আছিল ৪১ জন। ইয়াৰে ৩৪ জন আছিল শিৱসেনাৰ বিধায়ক। আন ৭ জন আছিল এন চি পিৰ বিধায়ক। এতিয়া আটাইসকল মিলি মুঠ ৪৮ জন হৈছেগৈ হোটেল ৰেডিশ্যন ব্লুত থকা বিদ্ৰোহী বিধায়কৰ সংখ্যা।

ইতিমধ্যে যোৱা নিশা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে মুম্বাইৰ মুখ্যমন্ত্ৰীৰ বাসভৱন ত্যাগ কৰিছে।

বিসম্বাদী বিধায়কৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগে লগে মহাৰাষ্ট্ৰত ঠাকৰে চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে। যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে।

Recent News

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd