• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 27, 2022 9:04 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘোষণা হ’ল ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে ফলাফল।

কলা শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে সাধনা দেৱী, কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ। 

Apply Now

কলা শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰা সাধনা দেৱীয়ে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীত অধ্যয়ন কৰিছিল আৰু তেওঁৰ পৰীক্ষাৰ কেন্দ্ৰ আছিল কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

সাধনা দেৱী
সাধনা দেৱী

লগতে চেৰী গোহাঁই, ৱ’মেন কলেজ, তিনিচুকীয়া

দুয়োগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৮৭

চেৰী গোহাঁই

দ্বিতীয় স্থানত আছে- বিদিশা মিশ্ৰ, শংকৰদেৱ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নলবাৰী।

মুঠ নম্বৰ- ৪৮৬

তৃতীয় স্থান লাভ কৰিছে- সুদ্বীপ্ত দেৱনাথ, শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, হোজাই।

লগতে নিলয় কূৰ্মী, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

দুয়োগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৮৩

চতুৰ্থ স্থানত আছে – প্ৰিয়ংকা বৈশ্য, আচাম ভেলী একাডেমী, নলবাৰী

তেওঁ মুঠ নম্বৰ লাভ কৰিছে- ৪৮১

পঞ্চম স্থান লাভ কৰিছে – মধুস্মিতা বেজবৰুৱা, আনন্দৰাম বৰুৱা একাডেমী, বজালী।

লগতে প্ৰত্যুষ প্ৰতীম বৰা, কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

দুয়োগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৮০

ষষ্ঠ স্থানত আছে – দৈৱিক দেব, ৰামানুজ গুপ্তা চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কাচাৰ।

লগতে মহঃ চহিদ আহমেদ খণ্ডকাৰ, আব্দুল হাচিব উঃ মাঃ বিদ্যালয়, হোজাই

ৰজি ৰৌচন, কামৰূপ ছোৱালী উঃ মাঃ বিদ্যালয়

উপাসনা শইকীয়া, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

চাৰিওগৰাকীয়ে মুঠ নম্বৰ লাভ কৰিছে – ৪৭৮

সপ্তম স্থান লাভ কৰিছে – বিশাল বিকাশ বৈশ্য, আনন্দৰাম বৰুৱা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী

মুঠ নম্বৰ হৈছে- ৪৭৭

অষ্টম স্থানত- ৰিয়া শইকীয়া, কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী

দিক্ষিতা চহৰীয়া, পথৰিঘাট উঃমাঃ বিদ্যালয়, দৰং

অভিনন্দন হাজৰিকা, কটন বিশ্ববিদ্যালয়, গুৱাহাটী

নিখিল দাস, কামৰূপা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ

তিনিও মুঠ নম্বৰ লাভ কৰিছে – ৪৭৫

নৱম স্থানত আছে – ৰাস্না গগৈ, ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুল,গোলাঘাট

মুঠ নম্বৰ পাইছে – ৪৭৪

দশম স্থান লাভ কৰিছে – অনন্যা সূত্ৰধাৰ, বঙাইগাঁও উঃমাঃ বিদ্যালয়

মেঘনা বৰা, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

দেৱীস্তুতি হাজৰিকা, চালাগুৰি উঃ মাঃ বিদ্যালয়, শিৱসাগৰ

তিনিও মুঠ নম্বৰ পাইছে – ৪৭৩

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd