• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 27, 2022 9:03 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২২ৰ ফলাফল।

বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

 

Apply Now
ধৃতিৰাজ বাস্তৱ কলিতা

দেওমৰনৈ উঃ মাঃ বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ।

তেওঁ মুঠ নম্বৰ লাভ কৰিছে – ৪৯১

দ্বিতীয় স্থানত আছে চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱা।

তেওঁ মুঠ নম্বৰ পাইছে- ৪৮৮

তৃতীয় স্থান লাভ কৰিছে  কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ সুৰজিত সূত্ৰধৰে।

মুঠ নম্বৰ পাইছে ৪৮৬

চতুৰ্থ স্থানত আছে কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ ঋত্বিক কুমাৰ সূত।

লগতে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ আলড্ৰিন নাথ

মুঠ নম্বৰ পাইছে ৪৮২।

পঞ্চম স্থানত আছে চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ  আইমন চোৱাইব।

লগতে  কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁওৰ ৰোহন শইকীয়া।

দুয়ো মুঠ নম্বৰ পাইছে- ৪৮১

ষষ্ঠ স্থান লাভ কৰিছে  ড০ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্স, ডিব্ৰুগড়ৰ অভিলাষ দত্তই।

তেওঁ মুঠ নম্বৰ পাইছে- ৪৭৮

সপ্তম স্থানত আছে  দমদমা উঃ মাঃ বিদ্যালয়, কামৰূপৰ দেৱব্ৰত কলিতা আৰু বৈভৱ সোণোৱাল, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

দুয়োৰে মুঠ নম্বৰ হৈছে- ৪৭৭

অষ্টম স্থানত আছে  প্ৰজ্ঞা একাডেমী, যোৰহাটৰ গৌৰাংগ ভূঞা।

তেওঁৰ মুঠ নম্বৰ হৈছে- ৪৭৬

নৱম স্থান লাভ কৰিছে  সপ্তঋষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, বজালী,

দেৱাশীষ শৰ্মা, কনচেপ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও,

বিক্ৰম নাথ, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও আৰু প্ৰীতম সৰকাৰ, ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

তেওঁলোকৰ মুঠ নম্বৰ – ৪৭৫

দশম স্থানত আছে  ভৱানীপুৰ উঃমাঃ বিদ্যালয়, বজালীৰ সূৰজিত সাহা, অন্তৰীক্ষা মজুমদাৰ, দত্ত, ড০ ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্স, ডিব্ৰুগড়,

 প্ৰজ্ঞা একাডেমী, যোৰহাটৰ দেৱজ্ঞান বৰদলৈ, কৃসন হৰলালকা, প্ৰজ্ঞা একাডেমী, যোৰহাট আৰু  কটন বিশ্ববিদ্যালয়, গুৱাহাটীৰ বেদান্ত শৰ্মা।

তেওঁলোকৰ মুঠ নম্বৰ হৈছে- ৪৭৪

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd