• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2022 9:40 pm
BJP
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃততে কি বিচাৰে বিজেপি তথা মোদী চৰকাৰে? গণতান্ত্ৰিক পদ্ধতিৰে জনকল্যাণ নে ক্ষমতাকেন্দ্ৰীক অঁৰিয়াঁঅৰি? বিৰোধীৰ অস্তিত্ব নিবিচাৰে নেকি বিজেপিয়ে? বিজেপিয়ে গণতান্ত্ৰিক পদ্ধতিক বিশ্বাস কৰেনে? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন!

দেওবাৰে হায়দৰাবাদত বিজেপিৰ বহুচৰ্চিত কাৰ্যনিৰ্বাহক বৈঠক হৈ যায়। বৈঠকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ কৰ্মীসকলক ভাৰতত বিজেপিৰ পূৰ্বে দীৰ্ঘকাল ধৰি ক্ষমতাত অধিষ্ঠিত হৈ অহা দলসমূহৰ ভুল-ত্ৰুটিসমূহ অধ্যয়ন কৰিবলৈ আহ্বান কৰে।এই ভুলসমূহৰ পৰা শিক্ষা ল’বলৈ তেওঁ কয়। ইয়াৰ দ্বাৰা মূলতঃ মোদীয়ে কংগ্ৰেছ দললৈকে ইংগিত কৰে।

Apply Now

আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে সদম্ভ ঘোষণা কৰা যে অহা ৩০-৪০ বছৰৈলেক দেশত ‘বিজেপিৰ যুগ’ চলিব। শ্বাহে নিজৰ বৈঠকত বিৰোধী দলৰ চৰকাৰ চলি থকা ৰাজ্যসমূহৰ নাম বিশেষভাৱে উল্লেখ কৰে। কয় যে পশ্চিম বংগ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালা আৰু উৰিষ্যাতো বিজেপিয়ে চৰকাৰ গঠন কৰিব।

শ্বাহে কয় যে বিজেপিয়ে দেশৰ পৰা বংশগত ৰাজনীতি নিপাত কৰিব। এনেদৰে দেশে বিশ্বগুৰুৰ স্থানত উপনিত হ’ব। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এই বক্তব্যৰ পাছতে তীব্ৰভাৱে ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত ঘটিছে। অমিত শ্বাহে বংগৰ তৃণমূল কংগ্ৰেছক লক্ষ্য কৰি লোৱা বাবে ইয়াৰ প্ৰত্যুত্তৰ দিছে দলটোৱে। তৃণমূল কংগ্ৰেছে কয় যে সাধাৰণ ৰাইজে ইতিমধ্যে যোৱা বৰ্ষত গেৰুৱা দলটোক প্ৰত্যা্খ্যান কৰিছে।

উল্লেখযোগ্য যে যিসমূহ ৰাজ্যত বিৰোধী দলৰ চৰকাৰ আছে, সেইসমূহে মোদী চৰকাৰৰ নীতিসমূহক তীব্ৰভাৱে প্ৰত্যাহ্বান জনাই আহিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মোদী চৰকাৰৰ প্ৰতিটো জনবিৰোধী নীতিক মুকলি প্ৰতিবাদ কৰি আহিছে।

বিৰোধী শক্তিক প্ৰাণ দিবলৈ মমতা বেনাৰ্জীয়ে তুমুল চেষ্টা অব্যাহত ৰাখিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে টঙালী বান্ধিছে মমতাই। এইসমূহৰ বাবেই মোদী চৰকাৰৰ চকুৰ কূটা দাঁতৰ শূল হৈ পৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকী। যিকোনে প্ৰকাৰে বিজেপিক বংগৰ ক্ষমতা লাগে।

ইয়াৰ কাৰণ হৈছে বংগ দেশৰ ভিতৰতে এখন উল্লেখযোগ্য ঠাই। বিজেপি যদি ইয়াত শাসনত উপনীত হয়, তেন্তে হিন্দুত্ববাদৰ বাবেও হৈ পৰিব পীঠস্বৰূপ! মমতাৰ সমান্তৰালভাৱে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰেও মোদী চৰকাৰৰ বিৰোধী হিচাপে চৰ্চিত হৈ আহিছে। দেশজুৰি জনপ্ৰিয়তা লাভ কৰিছে কেচিআৰৰ বক্তব্যই।

যিকোনো প্ৰকাৰে বিজেপিক তেলেংগানাও লাগে। দেশৰ অন্যতম নতুন এই ৰাজ্যখনত যদি বিজেপিয়ে ক্ষমতালৈ আহে, তেন্তে দক্ষিণ ভাৰতত নতুন এক অধ্যায়ৰ মুকলি হ’ব। এই আশাতে বন্দী হৈ আছে বিজেপিৰ নেতৃবৰ্গ। উৰিষ্যাত আছে নবীন পাটনায়কৰ জেডিইউ চৰকাৰ।

তুলনামূলকভাৱে নবীন পাটনায়ক দেশজুৰি চৰ্চিত নহ’লেও এতিয়ালৈকে মোদী চৰকাৰৰ স’তে হাত মিলোৱা নাই। সেইবাবেই পাটনায়কক উফৰাই উৰিষ্যাৰ ক্ষমতা লাগে বিজেপিক। উৰিষ্যাত হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্বৰূপ। সেইবাবেই বিজেপিৰ শেহতীয়া লক্ষ্য হৈ পৰিছে এই ৰাজ্যখন।

আনহাতে, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ দৰে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বিজেপি প্ৰায় অস্তিত্বহীন! দীৰ্ঘদিন ধৰি এইকেইখন ৰাজ্যত শক্তিশালী আঞ্চলিক দল আৰু বাওঁপন্থী চৰকাৰ চলি আহিছে। কিন্তু এতিয়া মোদীক এই ৰাজ্যকেইখনো লাগে। যিকোনো প্ৰকাৰে দক্ষিণ ভাৰতত বিজেপিয়ে ক্ষমতালৈ আহিব বিচাৰে।

অমিত শ্বাহে দেওবাৰে কৈছে যে অহা ৩০-৪০ বছৰৰ বাবে দেশে কেৱল বিজেপিৰ শাসনত থাকিব। কিন্তু তাৰ পাছত কি হ’ব? কেৱল এটা দলেই একনায়কত্ববাদৰ দৰে কেইবাবছৰো শাসনত থকাটো গণতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ। কিন্তু বিজেপিয়ে ভাৰতক গণতান্ত্ৰিক পদ্ধতিৰে আগবাঢ়ি যোৱাটো বিচাৰে নে?

ইতিমধ্যে ৰিজৰ্ট পলিটিকচৰ দৰে লেতেৰা কৌশলেৰে বিজেপিয়ে মহাৰাষ্ট্ৰ দখল কৰিলে। ইয়াৰ পূৰ্বেও মধ্যপ্ৰদেশ, হাৰিয়ানাত এনেধৰণৰ ঘোঁৰাৰ দৰে বিধায়ক ক্ৰয় কৰা দেখা গৈছিল দলটোক। এতিয়া কি শ্বাহে কোৱাৰ দৰে তামিলনাডু, পশ্চিমবংগ, কেৰেলা আদি ৰাজ্যতো মহাৰাষ্ট্ৰসদৃশ ৰাজনৈতিক সংকটৰ সূচনা কৰা হ’ব নেকি? ঘোঁৰাৰ দৰত ক্ৰয় কৰা হ’ব নেকি বিধায়কসকলক?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd