• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Sri Lanka Crisis: শ্ৰীলংকাৰ গণ বিক্ষোভ; ৰাজপথলৈ ওলাই আহিল ক্ৰিকেটাৰ সনথ জয়সূৰ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2022 8:55 pm
119
VIEWS
Share on FacebookShare on Twitter

Sanath Jayasuriya joins protest শ্ৰীলংকাৰ পৰিস্থিতি এই মুহূৰ্তত অগ্নিগৰ্ভ হৈ আছে। সমগ্ৰ দেশখন গণ বিক্ষোভৰ ফলত জ্বলি উঠিছে। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে দেশৰ পৰা পলায়ন কৰিছে। দেশজুৰি গোটাবায়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত সনথ জয়সূৰ্যইয়ো যোগদান কৰিছে।

বিশ্বকাপ বিজয়ী প্ৰাক্তন ক্ৰিকেটাৰ জয়সূৰ্যই টুইটাৰত লিখিছে: “মই সদায় শ্ৰীলংকাৰ জনসাধাৰণৰ কাষত থিয় দিবলৈ সাজু। অতি সোনকালে জয়ৰ আনন্দত উৎসাহিত হৈ পৰিম। কোনো হিংসা অবিহনেই মই এইটোৱেই বিচাৰো।‘’

আন এটা টুইটত তেওঁ গোটাবায়াৰ বিৰুদ্ধে লিখিছে, “দখল সম্পূৰ্ণ হৈছে। আপোনাৰ ৰাজত্ব শেষ হৈছে। জনতাৰ শক্তি অৱশেষত জিকিছে। অন্ততঃ এইবাৰ আপুনি পদত্যাগ কৰক। ‘

https://twitter.com/Sanath07/status/1545695749177896960?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1545695749177896960%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.timesnownews.com%2Fsports%2Fcricket%2Fsanath-jayasuriya-joins-protest-against-sri-lankan-government-sangakkara-jayawardene-voice-support-article-92767804

উল্লেখ্য যে জয়সূৰ্যই ১২ বছৰ আগতে ৰাজনীতিত যোগদান কৰিছিল। মহিন্দা ৰাজপাক্ষেৰ নেতৃত্বত ইউএফপিএ চৰকাৰৰ মন্ত্ৰীও হৈছিল। ২০১৫ চনত সংসদ ভংগ হোৱাৰ পিছত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল।

অৱশ্যে, তেওঁক প্ৰায়ে শ্ৰীলংকাৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে সৰৱ হৈ থকা দেখা যায়।

https://twitter.com/Sanath07/status/1545693749400854529?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1545693749400854529%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.hindustantimes.com%2Fworld-news%2Fyour-bastion-has-fallen-sanath-jayasuriya-joins-protest-against-sri-lanka-president-gotabaya-101657356800364.html

ইপিনে দেশজুৰি চলা উত্তাল প্ৰতিবাদৰ মাজতে শুকুৰবাৰে দেশখনৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাসগৃহৰ পৰা পলাই যোৱা বুলি কোৱা হৈছে। অজস্ৰ বিক্ষুব্ধ জনতা তেওঁৰ বাসগৃহত সোমাই পৰে।

তাৰ পিছতেই শনিবাৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহে পদত্যাগ কৰে।

Recent News

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd