• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Sri Lanka crisis: অতি দৰ্পে হত লংকা! কিদৰে উত্থান ঘটিছিল ৰাজপাক্ষে পৰিয়ালৰ, কেনেদৰে ঘটিল পতন?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 11, 2022 9:32 am
মহিন্দা ৰাজাপাক্ষে আৰু গোটাবায়া ৰাজাপাক্ষে।

মহিন্দা ৰাজাপাক্ষে আৰু গোটাবায়া ৰাজাপাক্ষে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Rise and fall of the Rajapaksa family তেওঁৰ প্ৰাসাদত শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাৰ বিলাসী কছৰতৰ ছবি এতিয়াও নেটজগতত ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্প্ৰচাৰিত হৈয়েই আছে। অৱশ্যে তাৰ পূৰ্বে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে প্ৰায় নিৰুদ্দিষ্ট হৈ পৰিছে। তেওঁ ক’ত আছে তেওঁৰ আত্মীয়-ঘনিষ্ঠ লোকসকলেও ক’ব নোৱাৰে।

তেওঁ এখন নৌ-জাহাজত উঠি দ্বীপৰাষ্ট্ৰখনৰ পৰা পলায়ন কৰা বুলি চৌদিশে খৱৰ বিয়পিছে। কিছুমানৰ মতে এখন বিমানত উঠি দেশ এৰিছে ৰাজপাক্ষে। আন একাংশৰ দাবী যে তেওঁ এটা সেনা শিবিৰত আছে। কিন্তু কোনেও নিশ্চিতভাৱে একো ক’ব পৰা নাই।

Apply Now

আনহাতে, তেওঁৰ ককায়েক মহিন্দা ৰাজপাক্ষেৰ ঠিকনাও এতিয়া শ্ৰীলংকাৰ জনতাৰ বাবে অজ্ঞাত। বিগত দুমাহ ধৰি দ্বীপৰাষ্ট্ৰখনৰ বাসিন্দাসকলে জনা নাছিল  মহিন্দা ক’ত আছে। বাসভৱনত হোৱা আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই মহিন্দা ৰাজপাক্ষে শ্ৰীলংকাৰ পৰা অদৃশ্য হৈয়েই আঁতৰি গৈছে। মঙলবাৰে (৫ জুলাই) সংসদৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত গোটাবায়া ৰাজপাক্ষেও অদৃশ্য হৈ পৰে।

এসময়ত দ্বীপৰাষ্ট্ৰখনত ডাচ্চসকলৰ আধিপত্য আছিল। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ভৱনটো তেওঁলোকেই নিৰ্মাণ কৰিছে। যেতিয়া উন্মত্ত প্ৰতিবাদী জনতা তেওঁৰ ভৱনত উবুৰি খাই প্ৰৱেশ কৰে তেওঁলোকে নিজৰ ইচ্ছামতে পাকঘৰলৈ গৈ চাহ খালে, বিচনাত বাগৰি চেলফি ল’লে, চুইমিং পুলত গা ধুলে। তেতিয়া বাৰে বাৰে প্ৰশ্নটো উত্থাপিত হৈছিল গোটাবায়া এতিয়া ক’ত আছে?

গোটাবায়াত কি ভু ল কৰিলে? মাৰ্চৰ পৰা, যেতিয়া চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে ‘গোটা গো হোম’ শ্ল’গানেৰে মিছিল আৰম্ভ কৰিছিল, তেতিয়া গোটাবায়াই পদত্যাগ কৰিব নিবিচাৰিলে। তেওঁৰ যুক্তি আছিল যে তেওঁ নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল। তেওঁ ৫২.২৫ শতাংশ শ্ৰীলংকাবাসীৰ দ্বাৰা নিৰ্বাচিত হৈছে। শ্ৰীলংকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক সাংবিধানিক ব্যৱস্থা আছে। সেই পদটো নিৰ্বাচনৰ জৰিয়তে পূৰণ কৰা হ’ব। তেওঁৰ কাৰ্যকাল ২০১৯ চনত আৰম্ভ হৈছিল। পাঁচ বছৰৰ পিছত ২০২৪ চনত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব।

অৱশ্যে তেওঁ শ্ৰীলংকাৰ ভাঙি পৰা অৰ্থনীতিকলৈ জনসাধাৰণৰ ক্ষোভৰ মাত্ৰা উপলব্ধি কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে গোটাবায়াই বিশ্বাস কৰিছিল যে তেওঁৱেই সন্ত্ৰাসবাদৰ পৰা শ্ৰীলংকাক ৰক্ষা কৰিছে। ২০০৯ চনত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত এলটিটিই পৰাজিত হৈছিল। সেই সময়ত তেওঁৰ ককায়েক মহিন্দা ৰাজপাক্ষে চৰকাৰত আছিল। তেওঁ সেই চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ দায়িত্বত আছিল। দ্বীপৰাষ্ট্ৰখনে শ্ৰীলংকাৰ ত্ৰাণকৰ্তা হিচাপে তেওঁৰ সেই ভাৱমূৰ্তি মনত ৰাখিব।

তেনেহ’লে এইটোৱে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ ৰাজনৈতিক পৰিণতি নেকি? দৰাচলতে, গোটাবায়া ৰাজপাক্ষেই বিশ্বাস কৰিছিল যে কলম্বোৰ বহু প্ৰশংসিত সৌন্দৰ্যবৰ্ধন, এলটিটিইৰ বিৰুদ্ধে সামৰিক কৌশলে তেওঁক দেশখন চলাবলৈ সুযোগ আনি দিছিল। কিন্তু তেওঁৰ কৰ ৰেহাই, জৈৱিক কৃষিক উৎসাহিত কৰিবলৈ কৃষকসকলক ৰাজসাহায্য দিয়াৰ সিদ্ধান্ত, কৰ’না মহামাৰী আৰু ইষ্টাৰ বোমা আক্ৰমণে পৰ্যটনৰ ক্ষতি কৰাৰ ফলত শ্ৰীলংকাৰ অৰ্থনীতিত খহনীয়াৰ সৃষ্টি হৈছিল।

যোৱা ৩১ মাৰ্চত কলম্বো চহৰৰ মিৰিহানা পাংগিৰিৱাট্টাৰ উপনগৰত থকা গোটাবায়াৰ বাসগৃহত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিছিল। তাতেই যেন লিখা আছিল আজিৰ এই ভৱিষ্যত। যিটো অৱশ্যে গোটাবায়াই বুজিবলৈ সক্ষম নহল।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd