• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীলংকাত প্ৰধানমন্ত্ৰীৰ ঘৰ আক্ৰমণ কৰা প্ৰতিবাদকাৰীলৈ সেনাৰ গুলী, সান্ধ্য আইন জাৰি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 14, 2022 9:33 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ উত্তপ্ত হৈ পৰিছে শ্ৰীলংকা। দ্বীপ ৰাষ্ট্ৰ খনত সেনাৰ গুলীত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইপিনে শ্ৰীলংকাত আজিৰে পৰা সান্ধ্য আইন জাৰি কৰা হৈছে। পুৱা ৫ বজালৈ চলি থাকিব সান্ধ্য আইন ।
কালি শ্ৰী লংকাত জৰুৰী অৱস্থা ঘোষণাৰ পিছতে  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শ্ৰীলংকাত প্ৰতিবাদকাৰী উন্মত্ত জনতাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বাসভৱন দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেই আৰু প্ৰশাসন চলাবলৈ সাহস কৰা নাই। শনিবাৰে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ ঘোষণা কৰে যে তেওঁ শ্ৰীলংকাত সৰ্বদলীয় চৰকাৰ গঠনত সহায় কৰিবলৈ পদত্যাগ কৰিছে।
অৱশ্যে বিক্ষুব্ধ প্ৰতিবাদকাৰীসকলে সেই ঘোষণাবোৰত ভোল নগ’ল। শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীৰ ঘৰটো জ্বলাই দিয়ে। মাত্ৰ কেইমাহমান পূৰ্বে ৰনিলৰ পূৰ্বসূৰী শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ ঘৰটোও দেশখনৰ উন্মত্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল।

Apply Now

কিছুদিন আগতে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ প্ৰাসাদত আক্ৰমণ কৰিছিল। ৰাষ্ট্ৰপতিৰ প্ৰাসাদলৈ যোৱা প্ৰতিটো ৰাস্তা মানুহেৰে ঠাহ খাই পৰিছিল। কোনো নিৰাপত্তাৰক্ষীৰ ইয়াক চম্ভালিবলৈ ক্ষমতা নাছিল।

আৰক্ষীৰ হাতত সংবাদ মাধ্যমৰ কৰ্মীও আঘাতপ্ৰাপ্ত হোৱাৰ খবৰৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়, “ৰনিল বিক্ৰমসিংহে প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত নিৰাপত্তাবাহিনীৰ দ্বাৰা সাংবাদিকসকল আহত হোৱাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে। শ্ৰীলংকাত সংবাদ মাধ্যমৰ স্বাধীনতা সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’

অৱশ্যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী বিক্ৰমাসিংহেই পদত্যাগ কৰা ঘোষণাৰ এই টুইটবোৰ দ্বীপৰাষ্ট্ৰখনৰ বাসিন্দাসকলে কোনো গুৰুত্বই নিদিলে। দৰাচলতে তেওঁলোকে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলায়। ৰনিল বিক্ৰমসিংহেৰ ঘৰত অগ্নিসংযোগ কৰে। উপস্থিত আৰক্ষী বাহিনী কাষত থিয় হৈ মাথো চাই ৰৈছিল, কিয়নো আগবাঢ়ি আহি উন্মত্ত জনতাক বাধা দিবলৈ তেওঁলোকৰ সাহস নাছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd