বানপানী আৰু নদীৰ খহনীয়া ব্যৱস্থাপনা সংস্থা তথা জলসম্পদ বিভাগৰ অধীনত থকা FREMAA-ত ফিল্ড চুপাৰভাইজাৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
পদৰ নাম : ফিল্ড চুপাৰভাইজাৰ
পদৰ সংখ্যা : ৬
অৰ্হতা আৰু অভিজ্ঞতা : ৫৫ শতাংশ নম্বৰৰ সৈতে যিকোনো শাখাত স্নাতকোত্তৰ ডিগ্ৰী। বিশেষকৈ লোকপিয়ল জৰীপ , জিলা প্ৰশাসন আৰু অন্যান্য চৰকাৰী কাৰ্যালয় আদিত প্ৰশিক্ষণ আদিৰ কমেও৩ বছৰৰ ক্ষেত্ৰ অভিজ্ঞতা থকা প্াৰ্থীক প্ৰাধান্য দিয়া হ’ব। চৰকাৰৰ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াৰ জ্ঞান থকা বাঞ্ছনীয়।
Also read : Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন
দৰমহা : প্ৰতি মাহে ৩৬,০০০ টকা
বয়সৰ সীমা : সৰ্বাধিক বয়সৰ সীমা হৈছে ১-১-২০২২ তাৰিখে ৪৫ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে FREMAA-ৰ ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত ফৰ্মেটত তেওঁলোকৰ আবেদন সমূহ সম্পূৰ্ণ কৈ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰে । লগতে স্বাক্ষৰিত কভাৰ লেটাৰৰ স্কেন কৰা প্ৰতিলিপি আৰু বয়স, অৰ্হতা আৰু অভিজ্ঞতাৰ নথিপত্ৰ প্ৰেৰণ কৰিব লাগিব। এনে নথিপত্ৰ [email protected] আৰু [email protected] ইমেইল কৰিব লাগিব আৰু “ফিল্ড চুপাৰভাইজাৰ পদৰ বাবে আবেদন।” বুলি লিখিব লাগিব। আবেদনসমূহ ২৫ জুলাই, ২০২২ তাৰিখৰ ভিতৰত সন্ধিয়া ৫ বজালৈ ওপৰোক্ত ইমেইল ঠিকনাবোৰত পঠিয়াব লাগিব
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://fremaa.assam.gov.in/
Also read : Assam Career : প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত প্ৰশাসনিক পদ খালী, কিদৰে কৰিব আবেদন?