• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Cargo aircraft crash in Greece: গ্ৰীচত দুৰ্ঘটনাত বিধ্বস্ত বিমান: কাৰ্গো বিমানখনে বাংলাদেশলৈ কঢ়িয়াই আনিছিল অস্ত্ৰ-শস্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2022 2:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Cargo aircraft crash in Greece উত্তৰ গ্ৰীচত দুৰ্ঘটনাগ্ৰস্ত হৈ এখন কাৰ্গো বিমান বিধ্বস্ত হৈছে। বিষয়াসকলে জানিবলৈ দিয়া মতে কাৰ্গো বিমানখনে বাংলাদেশলৈ লেণ্ডমাইনকে ধৰি ১১ টন অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই আনিছিল।

এণ্টনভ-১২ পতিত হোৱা স্থানৰ দুই কিলোমিটাৰৰ ভিতৰত বাস কৰা লোকসকলক ঘৰৰ ভিতৰত থাকিবলৈ সতৰ্ক কৰি দিয়া হৈছে।

বিমানখন ছাৰ্বিয়াৰ পৰা জৰ্ডানলৈ উৰা মৰাৰ পিছত নিশাৰ ভাগত কাৱালা চহৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা আঠজন লোকৰ আটাইৰে মৃত্যু ঘটিছে। বিবিচিৰ বাতৰি এই কথা প্ৰকাশ কৰা হৈছে।

Apply Now
গ্ৰীচত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ। ফটো: সংগৃহিত।

প্ৰত্যক্ষদৰ্শীৰ ভিডিঅ’ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত জুই আৰু এটা ডাঙৰ অগ্নিপিণ্ড দেখা গৈছে।

দেওবাৰে ৰাতিপুৱা সতৰ্কতাৰ বাবে ধ্বংসাৱশেষৰ স্থানটো জৰীপ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰা হয়।

চৰকাৰ পৰিচালিত টিভিয়ে জনাইছে যে সেনা, বিস্ফোৰক বিশেষজ্ঞ আৰু গ্ৰীক পাৰমাণৱিক শক্তি আয়োগৰ কৰ্মচাৰীসকলে সুৰক্ষিত বুলি গণ্য নোহোৱালৈকে স্থানটোৰ কাষ চাপিব দিয়া হোৱা নাই।

উত্তৰ গ্ৰীচ অগ্নি নিৰ্বাপক বাহিনীৰ লেফটেনেণ্ট জেনেৰেল মাৰিঅ’ছ এপোষ্টোলিডিছে সাংবাদিকক কয়, “এই মুহূৰ্তত (বায়ু) জোখমাপবোৰে একো প্ৰদৰ্শন কৰা নাই কিন্তু তথাপিও স্থানটোত অস্থিৰতা দেখা গৈছে।”

বাতৰি অনুসৰি পাইলটজনে উৰণৰ অলপ পিছতে ইঞ্জিনৰ সমস্যাৰ বাবে কাৱালা বিমানবন্দৰত জৰুৰী অৱতৰণৰ বাবে অনুৰোধ কৰিছিল যদিও ৰানৱেত উপস্থিত হ’বলৈ সক্ষম নহ’ল।

গ্ৰীচত দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ। ফটো: সংগৃহিত।

ছাৰ্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী নেব’জছা ষ্টিফেনোভিকে কয় যে এণ্টনভ এ এন-১২ য়ে প্ৰায় ১১ টন ছাৰ্বিয়ান নিৰ্মিত অস্ত্ৰ বাংলাদেশলৈ পৰিবহন কৰিছিল।

ঢাকাৰ অন্তিম গন্তব্যস্থানত উপনীত হোৱাৰ আগতে ই জৰ্ডান, চৌদি আৰৱ আৰু ভাৰতত ৰখাৰ কথা আছিল।

বিমানখন ইউক্ৰেইনৰ কাৰ্গো এয়াৰলাইন মেৰিডিয়ানে পৰিচালনা কৰিছিল যদিও এতিয়ালৈকে ইউক্ৰেইনৰ যুদ্ধৰ সৈতে সম্পৰ্ক থকাৰ কোনো ইঙ্গিত পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd