• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ গজল শিল্পী ভূপিন্দৰ সিং প্ৰয়াত; ভাৰতীয় সংগীত জগতত শোকৰ ছাঁ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2022 7:55 am
প্রয়াত গজল শিল্পী ভূপিন্দৰ সিং। ফাইল ফটো।

প্রয়াত গজল শিল্পী ভূপিন্দৰ সিং। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Renowned Ghazal singer Bhupinder Singh passes away প্ৰসিদ্ধ গজল শিল্পী ভূপিন্দৰ সিঙৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁক ১০ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২বছৰ। তেওঁৰ মৃত্যুত ভাৰতীয় সংগীত জগতত শোকৰ ছাঁ পৰিছে।

গজল শিল্পী হিচাপে দেশজুৰি খ্যাতি আছিল তেওঁৰ। ভূপিন্দৰ সিঙৰ কণ্ঠ শ্ৰোতাসকলৰ মনত চিৰকাল সজীৱ হৈ থাকিব। সোমবাৰে সন্ধিয়া ৭:৪৫ বজাত মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

পত্নী মিতালী সিঙৰ সৈতে ভূপিন্দৰ সিং। ফাইল ফটো।

বিখ্যাত গজল শিল্পীজন বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আছিল। তেওঁৰ অসুস্থতা গুৰুতৰ হৈ পৰাত তেওঁক দহদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। চিকিৎসকৰ মতে ভূপিন্দৰ সিঙৰ ক’লন কেন্সাৰত আক্ৰান্ত হৈছিল। কৰোনা পৰীক্ষাৰ প্ৰতিবেদনো তেওঁৰ পজিটিভ আহিছিল।

Apply Now

ভূপিন্দৰ সিঙৰ ১৯৪০ চনত পঞ্জাৱৰ অমৃতসৰত জন্ম হৈছিল। পাঁচ দশকজোৰা  কেৰিয়াৰত তেওঁ সংগীত উদ্যোগৰ অসংখ্য প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল। মহম্মদ ৰফি, আৰ ডি বৰ্মন, লতা মংগেশকাৰ, আশা ভোচলে আৰু বাপ্পী লাহিড়ীৰ দৰে প্ৰসিদ্ধ শিল্পীসকলৰ সৈতে তেওঁৰ বহুতো স্মৰণীয় সংগীত উপহাৰ দিছে।

ভূপিন্দৰ সিঙে তেওঁৰ দেউতাকৰ পৰা গান শিকিবলৈ আৰম্ভ কৰিছিল। ভূপিন্দৰ সিঙে এগৰাকী পেছাদাৰী সংগীতজ্ঞ হিচাপে অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰিছিল। পিছত তেওঁ দূৰদৰ্শনতো যোগদান কৰে। তেওঁৰ পত্নী মিতালী সিং এগৰাকী জনপ্ৰিয় গায়িকা।

বলাউদৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে ভূপিন্দৰ সিং। ফাইল ফটো।

নিজৰ দীঘলীয়া কেৰিয়াৰত ভূপিন্দৰ সিঙে ‘থোডি চি জমিন থোডা আছমান’ (চিতাৰা, লতা মংগেশকাৰৰ সৈতে গান গাইছিল), ‘দিল দুন্দা হে’ (মৌসম), ‘নাম গুম জায়েগা’ (কিনাৰা)ৰ দৰে জনপ্ৰিয় গান গাইছিল। ভূপিন্দৰ সিঙৰ গায়িকা পত্নীৰ সৈতেও কেইবাটাও বিখ্যাত গান আছে। ‘দো দিৱানে চহৰ মে’, ‘নাম গুম জায়েগা’, ‘এক আকেলা ইছ চহৰ মে’, ‘কভি কিচি কো মুকাম্মলা’ৰ দৰে চুপাৰহিট গানো গাইছে যুটীটোৱে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd