• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

গোগামুখত অসম-অৰুণাচল প্ৰদেশৰ সীমাৰ পৰা ৫ কিলোমিটাৰ পিছুৱাই আহিল অসম আৰক্ষী: প্ৰতিক্ৰিয়া মানৱ অধিকাৰ কৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 7:27 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নামচাই চুক্তি সম্পাদন কৰিলে যদিও দুয়োখন ৰাজ্যৰ সীমা বিবাদ অন্ত পৰাৰ  সম্ভাৱনা কিমান?

এই প্ৰশ্ন উত্থাপন কৰিছে দশক জুৰি সীমা সমস্যা সন্দৰ্ভত মাত মাতি অহা অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ যুৱ তীৰ্থৰ মুখ্য উপদেষ্টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ডঃ শইকীয়াই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ১৪ জুলাইত সীমা বিবাদ সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ নামচাইত চুক্তি সম্পাদন নৌপাওঁতেই পুনৰ সীমাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত পাণবাৰী৷ 

Apply Now

লগতে পঢ়ক: কাজিৰঙাৰ পানবাৰী গাওঁৰ শিপিনীৰ হাতে বোঁৱা কাপোৰলৈ ‘অসমী’ ব্ৰেণ্ড নেইম প্ৰদান

উল্লেখযোগ্য ঘটনাৰ বিৱৰণি মতে ১৬ জুলাইত অসমৰ ভূমিত অৰুণাচলী বে-দখলকাৰীয়ে নিৰ্মাণ কৰা দুখন টঙী ঘৰ জ্বলাই দিয়াৰ লগতে পথাৰত স্থাপন কৰা কাঁটা তাঁৰৰ বেৰা উভালি দিয়ে ৷

১৭ জুলাইত অৰুণাচলী বে-দখলকাৰীয়ে অসমৰ বাসীন্দাই ভাঙি পেলোৱা টঙী ঘৰ অৰুণাচলী বে-দখলকাৰীয়ে পূৰ্বৰ স্থানৰ পৰা এক কিলোমিটাৰ অসমলৈ আগুৱাই আহি পুনৰ নিৰ্মাণ কৰাৰ লগতে দুই কিলোমিটাৰ আগুৱাই আহি নিৰ্মাণ কৰা কাঁটা তাঁৰৰ বেৰা পুনৰ স্থাপন কৰে ৷

দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত এনে যুদ্ধংদেহী ৰূপ লৈ থকাৰ মাজতে কালি ধেমাজি জিলা প্ৰশাসনে নতুনকৈ এক-দুই কিলোমিটাৰ আগুৱাই আহি অসমৰ মাটিত নিৰ্মাণ কৰা কাঁটা তাঁৰৰ বেৰাৰ এটা অংশ ভাঙিয়ে নিজৰ দায়িত্ব সামৰে ৷ তাৎপৰ্যযপূৰ্ণ যে, ধেমাজি জিলা প্ৰশাসন ঘটনাস্থলীত উপস্থিত হোৱাৰ খবৰ পাই বে-দখলকাৰী অৰ্ধশতাধিক অৰুণাচলী লোকে ধেমাজি জিলা প্ৰশাসনৰ দলটোক আগভেটি ধৰাই নহয় অভব্য আচৰণ কৰে ৷

লগতে পঢ়ক: পাক সীমান্তত আৰক্ষীৰে সংঘৰ্ষত নিহত পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালা হত্যাকাণ্ডৰ দুই অভিযুক্ত

অৰুণাচলী বে-দখলকাৰী আৰু অৰুণাচলী আৰক্ষীৰ ভয়ত সম্প্ৰতি অসম আৰক্ষী অসম-অৰুণাচল প্ৰদেশৰ প্ৰকৃত সীমাৰ পৰা ৫ কিলোমিটাৰ পিছুৱাই আহি অৱস্থান কৰি থকা কাৰ্যই অসম চৰকাৰৰ বন বিভাগ, আৰক্ষী তথা প্ৰশাসনীয় দিশটোৰ ফুপুলা স্বৰূপটো উদঙাই দিছে ৷

প্ৰশাসনীয় ব্যৱস্থাটোৰ এনে ফুপুলা ৰূপটোৰ বিপৰীতে অসমৰ সীমান্তবাসী ৰাইজে হাতে হাতে দা-কুঠাৰ, ধনুকাড় লৈ আজি সীমান্তত অৱস্থান কৰি অসমৰ ভূমি অৰুণাচলী বে-দখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সষ্টম হৈ উঠিছে ৷

উল্লেখ্য যে অৰুণাচলী বে-দখলকাৰীয়ে বে-দখল কৰি থকা ভূমি সম্পূৰ্ণৰূপে অসমৰ ধেমাজি জিলাৰ সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ বনভূমি হোৱাৰ বিপৰীতে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমি ৷

কিন্তু সীমান্তৰ এনে জটিল পৰিস্থিতিৰ মাজতো কোনো তৎপৰতা  ধেমাজি  জিলা বন বিষয়াৰ কাৰ্যালয় আৰু গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ নকৰাটো ৰহস্যজনক বুলিয়ে বিবেচিত বন বিভাগ আৰু গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে বৰপীৰা পাৰি দিয়া  বুলিহে সীমান্তবাসী ৰাইজে অভিযোগ কৰিছে।

লগতে পঢ়ক: ঐশ্বৰ্য ৰায়-শচীনৰ পিতৃৰ নাম কালিম উল্লাহ খান! দেশৰ ‘মেংগো মেন’-এ লগাইছে চমক

সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত ডঃ শইকীয়াই শান্তিপূৰ্ণভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সীমা সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd