• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাক সীমান্তত আৰক্ষীৰে সংঘৰ্ষত নিহত পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালা হত্যাকাণ্ডৰ দুই অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 6:59 pm
সিদ্ধু মুচেৱালা। ফাইল ফটো।

সিদ্ধু মুচেৱালা। ফাইল ফটো।

22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Gangsters involved in Moosewala murder killed in encounter পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালাৰ হত্যাত অভিযুক্ত দুজন গেংষ্টাৰ এনকাউণ্টাৰত  নিহত হৈছে। এই ঘটনাত তিনিজন আৰক্ষীও আহত হৈছে। ভাৰত-পাকিস্তান আটাৰী সীমান্তৰ পৰা মাত্ৰ দহ কিলোমিটাৰ দূৰত সংঘৰ্ষটো হৈছিল।

হত্যাকাণ্ডটোত জড়িত সন্দেহভাজনসকল লুকাই থকাৰ তথ্য পোৱাৰ পিছত আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ ঘৰৰ পৰা ওলাবলৈ বাধা দিয়া হৈছিল। প্ৰথমে গেংষ্টাৰসকলক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হয় যদিও যেতিয়া কোনো সঁহাৰি নিদিয়াত গুলীয়াগুলি আৰম্ভ হয়।

লগতে পঢ়ক: Mohammed Zubair gets bail: সকলো গোচৰতে জামিন লাভ মহম্মদ জুবেইৰৰ; কাৰাগাৰৰ পৰা মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Apply Now

পাঞ্জাৱ আৰক্ষীয়ে তথ্য পাইছিল যে তিনিজন গেংষ্টাৰ হোচিয়াৰ নগৰ অঞ্চলৰ এটা অট্টালিকাত  লুকাই আছিল। এই কথা জনাৰ পিছত স্থানীয় গুৰুদ্বাৰাৰ সাধাৰণ ৰাইজক ঘৰৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিয়া হৈছিল।

সংঘৰ্ষত দুজন গেংষ্টাৰ নিহত হয়। মৃতদ্বয়ক জগৰূপ সিং ৰূপা আৰু মনপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে। পাঞ্জাৱ আৰক্ষীৰ ডিজিপি গৌৰৱ যাদৱ ঘটনাস্থলীত উপস্থিত আছিল।

বাতৰি অনুসৰি এনকাউণ্টাৰটো চাৰি ঘণ্টা ধৰি চলিছিল। এনকাউণ্টাৰৰ শেষত ডিজিপি যাদৱে কয়, “দুয়োপক্ষৰ মাজত এক তীব্ৰ গুলীয়াগুলি চলিছিল। সিদ্ধু মুচেৱালা হত্যাকাণ্ডৰ সৈতে জড়িত দুজন গেংষ্টাৰ নিহত হৈছে। নিহতসকলৰ কাষৰ পৰা একে ৪৭ ৰাইফল আৰু পিষ্টল উদ্ধাৰ কৰা হৈছে। গুলীয়াগুলিত তিনিজন আৰক্ষী আহত হৈছে। অৱশ্যে তেওঁলোক বিপদমুক্ত। আৰক্ষীয়ে এতিয়াও ঘটনাস্থলীত অনুসন্ধান চলাই আছে।‘’

এই গুলীয়াগুলিৰ ঘটনাত এজন ফটো সাংবাদিক আহত হোৱাৰ খবৰ পোৱা গৈছে।

#SidhuMoosewala murder: #AGTF ADGP Promod Ban confirms the operation concluded successfully as both Manpreet Mannu & Jagroop Roopa, who killed #Moosewala were neutralized in a heavy exchange of fire.#Police also recovered an AK-47 along with heavy ammunition from the spot.

— Punjab Police India (@PunjabPoliceInd) July 20, 2022

উল্লেখ্য যে যোৱা ২৯ মে’ত পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালাক এজন আত্মীয়ৰ ঘৰলৈ যাওঁতে আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। সিদ্ধুৱে এই বছৰৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। তেওঁ যোৱা বছৰ কংগ্ৰেছত যোগদান কৰিছিল। নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছদিনাই তেওঁক হত্যা কৰা হৈছিল।

লগতে পঢ়ক: UP Minister Dinesh Khatik resigns: ‘দলিত বুলি দিয়া নহয় সন্মান’ অমিত শ্বাহলৈ পত্ৰ লিখি পদত্যাগ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ খটিকৰ

সিদ্ধু মুচেৱালাৰ হত্যাৰ বিষয়ে স্বাভাৱিকতে বহুতো প্ৰশ্ন উত্থাপিত হৈছিল। যাৰ উত্তৰ বিচাৰি এছআইটি গঠন কৰা হৈছিল। ইতিমধ্যে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ দলে মুচেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd