• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Mohammed Zubair gets bail: সকলো গোচৰতে জামিন লাভ মহম্মদ জুবেইৰৰ; কাৰাগাৰৰ পৰা মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 5:18 pm
মহম্মদ জুবেইৰ।

মহম্মদ জুবেইৰ।

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Mohammed Zubair gets bail in all cases উচ্চতম ন্যায়ালয়ত মহম্মদ জুবেইৰে সকাহ লাভ কৰিলে। আদালতে অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপকক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈকো নিৰ্দেশ দিছে।

উল্লেখ্য যে যোৱা ২৭ জুনত অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মহম্মদ জুবেইৰে প্ৰায় চাৰি বছৰ আগতে কৰা এটা টুইটত হিন্দী চিনেমাৰ এটা স্ক্ৰীণশ্বট পোষ্ট কৰিছিল। ইয়াৰ বাবে তেওঁৰ ওপৰত ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: UP Minister Dinesh Khatik resigns: ‘দলিত বুলি দিয়া নহয় সন্মান’ অমিত শ্বাহলৈ পত্ৰ লিখি পদত্যাগ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ খটিকৰ

Apply Now

জুবেইৰক পিছত দুটা গোচৰত জামিন দিয়া হৈছিল যদিও উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আৰু ছয়খন এজাহাৰ দাখিল কৰিছিল। যাৰ বাবে মহম্মদ জুবেইৰ কাৰাগাৰৰ পৰা মুকলি হ’ব পৰা নাছিল।

অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপগৰাকীয়ে সেই এজাহাৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ শীৰ্ষ আদালতৰ কাষ চাপিছিল। তাৰপিছতেই এক সাময়িক সকাহ লাভ কৰিলে।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পৰৱৰ্তী শুনানিলৈকে মহম্মদ জুবেইৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব নোৱাৰিব।

জুবেইৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে অল্ট নিউজৰ আন এজন প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই টুইট কৰি কৈছিল, “আজি দিল্লী আৰক্ষীয়ে বিভিন্ন বিষয়ত সোধা-পোছাৰ বাবে জুবেইৰক মাতি পঠিয়াইছিল। কিন্তু তেওঁক এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। বহু অনুৰোধৰ পাছতো এজাহাৰৰ কোনো প্ৰতিলিপি দিয়া হোৱা নাই।”

লগতে পঢ়ক: ঐশ্বৰ্য ৰায়-শচীনৰ পিতৃৰ নাম কালিম উল্লাহ খান! দেশৰ ‘মেংগো মেন’-এ লগাইছে চমক

অল্ট নিউজ প্ৰকৃততে এক তথ্য পৰীক্ষা কৰা পৰ্টেল। প্ৰতীক সিনহা আৰু মহম্মদ জুবেইৰৰ অল্ট নিউজে ভাইৰেল একাধিক বাতৰি ভুল প্ৰমাণ কৰিছে। এনে কৰাৰ বাবে, অল্ট নিউজক সামাজিক মাধ্যমত ট্ৰ’ল আৰু আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছিল। লগতে কেইবাটাও গোচৰৰ সন্মুখীন হ’ব লগাও হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd