• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Bundelkhand Expressway Collapse: পাঁচ দিন পূৰ্বে উদ্বোধন কৰিছিল মোডীয়ে; খহি পৰিল ৮,০০০ কোটি টকাৰ বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ একাংশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 9:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Bundelkhand Expressway Collapse এক বিৰাট আয়োজনেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল বুন্দেলখণ্ড এক্সপ্ৰেছৱে। যোৱা ১৬ জুলাইত উদ্বোধন কৰা বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ কিছু অংশ বৃহস্পতিবাৰে খহি পৰে। ইয়াকে লৈ গেৰুৱা শিবিৰ বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে।

দৰাচলতে ইমান টকা খৰচ কৰি নিৰ্মাণ কৰা এক্সপ্ৰেছৱেটো উদ্বোধনৰ পাঁচ দিনৰ ভিতৰত কেনেকৈ খহি পৰিল তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। এই সেতু নিৰ্মাণত মুঠ ব্যয় হৈছে ৮,০০০ কোটি টকা।

লগতে পঢ়ক: Draupadi Murmu: কেনেকুৱা আছিল দেশৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক কেৰিয়াৰ?

Apply Now

বাতৰি অনুসৰি চালেমপুৰৰ ওচৰৰ ছিৰিয়াৰ বুন্দেলখণ্ড এক্সপ্ৰেছৱেত বৃহৎ গাঁতৰ সৃষ্টি  হৈছে। বুধবাৰে নিশা দুখন গাড়ী আৰু এখন মটৰচাইকেল দুৰ্ঘটনাত পতিত হয়। অৰৈয়াৰ অজিতমলৰ ওচৰৰ ৰাস্তাতো গাঁতৰ সৃষ্টি হৈছে।

অৱশ্যে, ৰাস্তাৰ গাঁতবোৰৰ মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু ইয়ে বিৰোধীৰ সমালোচনা বন্ধ কৰিব পৰা নাই।

উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ ভাৰতকুপৰ পৰা ইটাৱাৰৰ কুড্ৰেলত উপস্থিত হ’বলৈ ২৯৬ কিলোমিটাৰ দীঘল চাৰিলেনৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ সাতখন জিলা আৰু মধ্য প্ৰদেশৰ ছয়খন জিলা বুন্দেলখণ্ডৰ অন্তৰ্গত।

লগতে পঢ়ক: শিৱসাগৰৰ ৯ বছৰীয়া বনকৰা শিশুৰ হত্যাকাণ্ড; আৰক্ষীকো বিপথে পৰিচালিত কৰিছিল অভিযুক্তই

বুন্দেলখণ্ড এক্সপ্ৰেছৱে অঞ্চলটোত বস্ত্ৰ, খাদ্য প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন উদ্যোগৰ প্ৰসাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল। ভূমি ক্ৰয়কে ধৰি এই প্ৰকল্পত ব্যয় হৈছে ৮,০০০ কোটি টকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd