• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Draupadi Murmu: কেনেকুৱা আছিল দেশৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক কেৰিয়াৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 8:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Political carrier of the newly elected President of India এইবাৰ ৰাইচিনা হিলত খোজ থবলৈ আগবঢ়া আদিবাসী নেত্ৰী তথা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক বৃহৎ ব্যৱধানত পৰাজিত কৰি দেশৰ ৰাষ্ট্ৰপতি হিচাপে  নিৰ্বাচিত হৈছে।

তেওঁক এই পদৰ বাবে বাছনি কৰাৰ পিছৰে পৰা গেৰুৱা শিবিৰে দাবী কৰি আহিছে যে অভূতপূৰ্বভাৱে প্ৰথমবাৰৰ বাবে দেশৰ অন্যতম সৰ্বোচ্চ পদৰ বাবে আদিবাসী সম্প্ৰদায়ৰ এজন প্ৰতিনিধিক বাছনি কৰা হৈছে।

দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ লগতে সৰ্বভাৰতীয় ৰাজনীতিৰ এক পুৰণি মুখ যদিও ইমান দিনে তেওঁ তেনেধৰণে পৰিচিত নাছিল।

Apply Now

দেশৰ প্ৰথম আদিবাসী ৰাষ্ট্ৰপতিৰ ৰাজনৈতিক জীৱনত এবাৰ আলোকপাত কৰি চোৱা যাওক।

দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছিল ১৯৫৮ চনৰ ২০ জুনত। অৰ্থাৎ তেওঁৰ জন্মদিনৰ এদিন পিছতে ভাল খবৰটো পাইছিল। আঢ়ৈ দশক জোৰা ৰাজনৈতিক কেৰিয়াত আছিল। দ্ৰৌপদীয়ে বিভিন্ন সময়ত বিভিন্ন দায়িত্ব চম্ভালিছে।

১৯৯৭ চনত তেওঁ পৌৰসভাৰ নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে কাউন্সিলাৰ হয়। তেওঁ ৰায়ৰংপুৰ পৌৰ নিগমৰ উপাধ্যক্ষ হিচাপেও দায়িত্ব গ্ৰহণ কৰে। তেওঁ ২০০০ আৰু ২০০৪ চনত ৰায়ৰংপুৰৰ পৰা বিজেপি বিধায়ক হৈছিল। তেওঁ দলটোৰ কেইবাটাও সাংগঠনিক দায়িত্বও পালন কৰিছিল।

গেৰুৱা শিবিৰে তেওঁক উৰিষ্যাৰ জনজাতীয় মুখ হিচাপে প্ৰক্ষেপ কৰিছে। দ্ৰৌপদী মুৰ্মু ২০০২ চনৰ পৰা ২০০৯ চনলৈ বিজেপিৰ আদিবাসী মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য আছিল। তেওঁ ২০০৬ চনৰ পৰা ২০০৯ চনলৈ উৰিষ্যা বিজেপিৰ আদিবাসী মৰ্চাৰ সভাপতি আছিল। দ্ৰৌপদী ২০১০ চনত পশ্চিম ময়ূৰভঞ্জৰ জিলা সভাপতিও হৈছিল। তেওঁ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। দ্ৰৌপদী মুৰ্মু ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল।

এই বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিয়ে এগৰাকী মহিলা প্ৰাৰ্থী আগবঢ়াব বিচাৰিছিল। ৰাইচিনা হিলচৰ এই দৌৰত কমেও তিনিগৰাকী মহিলা আছিল। তামিলচাই সৌন্দৰাজন, আনন্দিবেন পেটেল আৰু দ্ৰৌপদী মুৰ্মু।

জানিব পৰা মতে, বিজেপিৰ সংসদীয় পৰিষদৰ বৈঠকত এই তিনিগৰাকী মহিলাৰ নাম আলোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা বৈঠকত উপস্থিত আছিল। অৱশেষত দ্ৰৌপদীক সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছিল।

দ্ৰৌপদীয়ে মোডী-শ্বাহ-নাড্ডাৰ ওপৰত বিশ্বাস ৰাখিয়েই আগবাঢ়িছিল। তেওঁ অতি সহজে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হ’ল। তেওঁৰ কেৰিয়াৰ বিভুষিত কৰিলে দেশৰ সৰ্বোচ্চ সাংবিধানিক মুৰব্বীৰ দৰে এটা অতি সন্মানীয় পদে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd